ETV Bharat / bharat

G-20 ৰাষ্ট্ৰৰ সৈতে বিশ্বক উন্নতমানৰ স্থান হিচাপে গঢ়ি তুলিব ভাৰতে : জাভাৰেকাৰ

author img

By

Published : Sep 17, 2020, 8:49 PM IST

Updated : Sep 17, 2020, 9:02 PM IST

বিশ্বক এক উন্নতমানৰ স্থান হিচাপে গঢ় দিবৰ বাবে ভাৰতে G-20 ৰাষ্ট্ৰসমূহৰ সৈতে সন্মিলিত প্ৰচেষ্টা চলাব আৰু ভূমিক্ষয় হ্ৰাস কৰিবৰ বাবে বৈশ্বিক পদক্ষেপৰ আৰম্ভণিক প্ৰশংসা আগবঢ়াই কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাৰেকাৰে ৷

G-20 ৰাষ্ট্ৰ
বিশ্বক উন্নতমানৰ স্থান হিচাপে গঢ়ি তুলিব ভাৰতে : জাভাৰেকাৰ

নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ : বিশ্বক এক উন্নতমানৰ স্থান হিচাপে গঢ় দিবৰ বাবে ভাৰতে G-20 ৰাষ্ট্ৰসমূহৰ সৈতে সন্মিলিত প্ৰচেষ্টা চলাব আৰু ভূমিক্ষয় হ্ৰাস কৰিবৰ বাবে বৈশ্বিক পদক্ষেপৰ আৰম্ভণিক প্ৰশংসা আগবঢ়াই কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাৰেকাৰে ৷

G20 পৰিৱেশ বৈঠকত জাভাৰেকাৰে কয়, "বন্যপ্ৰাণী সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু বতৰ পৰিৱৰ্তন ৰোধ আদিৰ বাবে ভাৰতে ইতিমধ্যেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ G-20 ৰাষ্ট্ৰসমূহৰ সৈতে আমি বিশ্বক উন্নতমানৰ হিচাপে গঢ়ি তুলিব লাগিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰে ভূমিক্ষয় হ্ৰাস কৰিবৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ৷"

তেওঁ কয়, "ক্ষয় হোৱা 26 মিলিয়ন হেক্টৰ মাটি পুনৰুদ্ধাৰ কৰাৰ আমি লক্ষ্য বান্ধি লৈছো ৷"

লগতে পঢ়ক : 700 কি:মি: যাত্ৰা কৰিও NEET পৰীক্ষাৰ পৰা বঞ্চিত বিহাৰৰ ছাত্ৰৰ

Last Updated : Sep 17, 2020, 9:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.