ETV Bharat / bharat

ভাৰতত কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে HCQ ৰ ব্যৱহাৰ অব্যাহত থাকিব

author img

By

Published : Jun 18, 2020, 11:00 PM IST

আই চি এম আৰে এই কৰ'ণা মহামাৰীৰ চিকিৎসাৰ বাবে এইচ চি কিউ (HCQ) ৰ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰি ইয়াৰ বাবে ব্যৱহাৰিক নিৰ্দেশনা সমূহ জাৰি কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই ডেক্সামেথাসোনক বিকল্প হিচাপে নিৰ্বাচিত কৰে, যিয়ে বহু ৰোগীৰ মৃত্যুৰ হাৰ ৰোধ কৰাত প্ৰভাৱ পেলোৱা বুলি প্ৰমাণিত হৈছে ।

india-will-continue-using-hcq-for-the-treatment-of-covid-19-says-chief-of-emergency-medicine

নিউজ ডেস্ক, ১৮ জুন : বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ'ৰ দ্বাৰা পুনৰবাৰ হাইড্ৰক্সিক্লৰ'কুইনক কোভিড-১৯ ত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা লগোৱাৰ দুটা দিন পাচতে ভাৰতে কৰʼণা ভাইৰাছৰ লক্ষণযুক্ত মধ্যম স্তৰীয় ৰোগী সকলৰ চিকিৎসাৰ বাবে মেলেৰিয়াৰ প্ৰতিষেধকৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অলপতে আই চি এম আৰে এই কৰ'ণা মহামাৰীৰ চিকিৎসাৰ বাবে এইচ চি কিউ (HCQ) ৰ ব্যৱহাৰ কৰাৰ অনুমতি প্ৰদান কৰি ইয়াৰ বাবে ব্যৱহাৰিক নিৰ্দেশনা সমূহ জাৰি কৰিছে ।

india-will-continue-using-hcq-for-the-treatment-of-covid-19-says-chief-of-emergency-medicine
ভাৰতত কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ বাবে HCQ ৰ ব্যৱহাৰ অব্যাহত থাকিব

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই মঙ্গলবাৰে এইচ চি কিউৰ পৰীক্ষণৰ অনুমতি বন্ধ কৰি কয় যে, এইচ চি কিউ (HCQ) য়ে কৰ'ণা ভাইৰাছৰ ফলত মৃত্যুৰ হাৰ নিয়ন্ত্ৰণত অসক্ষম হৈছে । ই ভাইৰাছক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত একো প্ৰভাৱ পেলাব পৰা নাই বুলিও মন্তব্য কৰে বিশ্ব স্বাস্থ্য সংস্থাই ।

ইয়াৰ বিপৰীতে, বিশ্ব স্বাস্থ্য সংস্থাই ডেক্সামেথাসোনক বিকল্প হিচাপে নিৰ্বাচিত কৰে,যিয়ে বহু ৰোগীৰ মৃত্যুৰ হাৰ ৰোধ কৰাত প্ৰভাৱ পেলোৱা বুলি প্ৰমাণিত হৈছে ।

লগতে পঢ়ক : কোৱাৰেণ্টাইন কেন্দ্ৰ আৰু কাৰাগাৰ পৰিদৰ্শন মানৱ অধিকাৰ আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.