ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য

author img

By

Published : Oct 31, 2020, 1:59 PM IST

ভাৰতবৰ্ষত অভিলেখসংখ্যক 81,37,119 গৰাকী ব্যক্তি শনিবাৰলৈকে Covid 19 ত আক্ৰান্ত হৈছে ৷ এমচিআৰৰ তথ্য অনুসৰি,30 অক্টোবৰৰ দিনটোত 10,67,976 টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

India tracker: State-wise report
ভাৰতত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য

হায়দৰাবাদ,31 অক্টোবৰ: 48,648 গৰাকী নতুনকৈ কৰ’ণাত আক্ৰান্ত ব্যক্তিৰ সৈতে ভাৰতত কৰ’ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 81,37,119 গৰাকীলৈ ৷ ভাইৰাছবিধৰ পৰা আৰোগ্য লাভ কৰিছে প্ৰায় 74 লক্ষাধিক ব্যক্তিয়ে ৷ সম্প্ৰতি দেশখনত আৰোগ্যৰ হাৰ 91.34 শতাংশলৈ বৃদ্ধি পাইছে ৷ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷

India tracker: State-wise report
ভাৰতত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য

ইফালে, 551 গৰাকী ব্যক্তিৰ মৃত্যুৰ লগে লগে ভাইৰাছবিধত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই 1,21,641 গৰাকীলৈ ৷ বৰ্তমান দেশখনত 5,82,649 গৰাকী ব্যক্তিয়ে ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ আছে ৷ কিন্তু দেশখনত আক্ৰান্তৰ হাৰ 7.16 শতাংশলৈ হ্ৰাস পাইছে ৷

এমচিআৰৰ তথ্য অনুসৰি,শুকুৰবাৰে 10,67,976 টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ লগতে বৰ্তমানলৈকে মুঠ 10,87,96,064 টা নমুনাৰ পৰীক্ষা সম্পন্ন হোৱাৰ কথা প্ৰকাশ কৰিছে এমচিআৰ-য়ে ৷

লগতে চাওকঃ ৭৫,০০০ টকাত প্ৰতি কেজি নিলামেৰে অভিলেখ গঢ়িলে অসমৰ চাহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.