ETV Bharat / bharat

ভাৰতত থাকিব চিফ অফ ডিফেঞ্চ ষ্টাফঃ প্ৰধানমন্ত্ৰী - RED FORT

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক নতুন পদবীৰ সংযোজন হ’ব বুলি জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

ভাৰতত থাকিব চিফ অফ ডিফেঞ্চ ষ্টাফঃ প্ৰধানমন্ত্ৰী
author img

By

Published : Aug 15, 2019, 11:40 AM IST

নিউজ ডেস্ক, 15 আগষ্টঃ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত দিয়া ভাষণত কয় যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত এক নতুন পদবীৰ সংযোজন হ’ব বুলি জনাই ৷ তেওঁ কয় যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অধীক সমন্বয় স্থাপনৰ বাবে চিফ অফ ডিফেঞ্চ ষ্টাফ নিয়োগ কৰা হ’ব ৷ এই কাৰ্যই অধিক শক্তিশালি কৰিব প্ৰতিৰক্ষা ক্ষেত্ৰখনক বুলি কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

  • PM Modi: Our security forces are our pride. To further enhance coordination between our forces, I announce a big decision today,India will now have a Chief of Defence Staff- CDS. This is going to make the forces even more strong pic.twitter.com/sLH3wnuyrp

    — ANI (@ANI) August 15, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

INDIA TO HAVE CHIEF OF DEFENCE STAFF: PM

ভাৰতত থাকিব চিফ অফ ডিফেঞ্চ ষ্টাফঃ প্ৰধানমন্ত্ৰী

নিউজ ডেস্ক, 15 আগষ্টঃ ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱসৰ দিনা লাল কিল্লাত দিয়া ভাষণত কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত এক নতুন পদবিৰ সংযোজন হ’ব বুলি জনাই ৷ তেওঁ কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত অধীক সমন্বয় স্থাপনৰ বাবে চিফ অফ ডিফেঞ্চ ষ্টাফ নিয়েগ কৰা হ’ব ৷ এই কাৰ্যই অধীক শক্তিশালি কৰিব প্ৰতিৰক্ষা ক্ষেত্ৰখনক বুলি কয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷  
EB-xMU6XYAII79Z_1.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.