ETV Bharat / bharat

2020 চনত ভাৰতৰ পুনৰ চন্দ্ৰ অভিযানৰ পৰিকল্পনাঃ কে শিবন

author img

By

Published : Sep 21, 2019, 11:35 PM IST

চন্দ্ৰযান-2 নিজৰ লক্ষ্যত উপনিত হোৱাত 98 শতাংশ সফল হৈছে বুলি প্ৰকাশ কৰিছে ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰৰ অধক্ষ কে শিবনে ৷ তেওঁ লগতে জনাই যে, লেণ্ডাৰ বিক্ৰমৰ লৈতে সংযোগ স্থাপন কৰিব পৰা নাই যদিও বৈজ্ঞানিকসকলে চেষ্টা অব্যাহত ৰাখিছে ৷

কে শিবন (ফাইল ফটো)

নেশ্যনেল ডেস্ক, 21 চেপ্তেম্বৰঃ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰৰ অধক্ষ কে শিবনে শনিবাৰে কয় যে চন্দ্ৰযান-2 নিজৰ লক্ষ্যত উপনিত হোৱাত 98 শতাংশ সফল হৈছে ৷ তেওঁ লগতে জনাই যে লেণ্ডাৰ বিক্ৰমৰ লৈতে সংযোগ স্থাপন কৰিব পৰা নাই যদিও বৈজ্ঞানিকসকলে চেষ্টা অব্যাহত ৰাখিছে ৷ ভুবনেশ্বৰত উপস্থিত হৈ তেওঁ এই কথা জানিবলৈ দিয়ে ৷ তেওঁ কয় যে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত কৰিব লগীয়া সকলো পৰিক্ষণ চন্দ্ৰযান-2 ৱে সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হৈছে ৷ আই আইন টি-ভুবনেশ্বৰৰ 8 সংক্ষৰ অভিবৰ্তণ সমাৰোহত অংশগ্ৰহণ কৰি এি কথা জানিবলৈ দিয়ে বিজ্ঞানীজনে ৷

  • ISRO Chief K Sivan: There are questions - in what way Gaganyaan is going to be useful? Gaganyaan is extremely important for India as it'll boost the science&technology capability of the country. By 2020 December we're going to have the first unmanned mission of human space plane. pic.twitter.com/i2Z4hZEJ32

    — ANI (@ANI) September 21, 2019 " class="align-text-top noRightClick twitterSection" data=" ">
ইয়াৰ লগতে তেওঁ ভাৰতীয় মহাকাশ বিজ্ঞান কেন্দ্ৰয়ে 2020 চনত ভাৰতে পুনৰ এটা চন্দ্ৰ অভিযানৰ পৰিকল্পনা কৰিছে ৷ তেওঁ লগতে জনাই যে এখন ৰাষ্ট্ৰীয় কমিটী গঠন কৰা হৈছে যিয়ে বিক্ৰম লেণ্ডাৰ হেৰাই যোৱাৰ সুত্ৰ অনুধাবন কৰিবলৈ চেষ্টা কৰিব ৷ তেওঁ লগতে জনাই বিক্ৰম লেণ্ডাৰৰ বাহিৰে বাকি 8 টা অৰ্বিটাৰে সমান্তৰলভাবে কাম কৰি আছে ৷
  • ISRO Chief K Sivan: The 2nd unmanned human space plane, we are targeting for July 2021. By December 2021 the first Indian will be carried out, by our own rocket, to space. This is our target, everybody at ISRO is working on that. https://t.co/CftiwoNaH1

Intro:Body:

Chandrayaan-2 mission has achieved 98pc objectives: ISRO chief

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.