ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য - ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

সম্প্ৰতি 8,38,729 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 62,27,295 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ দেশখনত আৰোগ্যৰ হাৰ 86.50 শতাংশ ৷ আইচিএমআৰৰ তথ্য অনুসৰি, 12 অক্টোবৰলৈকে দেশত মুঠ 8,89,45,107 গৰাকী লোকৰ কৰ’ণাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ যাৰ ভিতৰত 10,73,014 গৰাকী ব্যক্তিৰ নতুনকৈ সংগ্ৰহিত নমুনা পৰীক্ষা কৰা হয় ৷

India COVID-19 tracker: State-wise report
দেশত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য
author img

By

Published : Oct 13, 2020, 2:25 PM IST

হায়দৰাবাদ,13 অক্টোবৰ: বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ স্পৰ্শ কৰিছে 55,342 গৰাকীলৈ ৷ এই সংখ্যা বৃদ্ধিৰ লগে লগে দেশখনত কৰ’ণা আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে 71.7 লাখৰ সীমা ৷ কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰী কৰা তথ্য অনুসৰি, ভাৰতত প্ৰায় 71,75,880 গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কৰ’ণাত ৷

মঙলবাৰ পৰ্যন্ত আক্ৰান্তসকলৰ ভিতৰত মৃত্যুক সাৱটি লৈছে 1,09,856 গৰাকী ব্যক্তিয়ে ৷ সোমবাৰে পুৱা 706 গৰাকী কৰ’ণাত আক্ৰান্ত ব্যক্তিয়ে আঁকোৱালি লৈছিল মৃত্যুক ৷

India COVID-19 tracker: State-wise report
দেশত কৰ’ণা আক্ৰান্তৰ শেহতীয়া তথ্য

সম্প্ৰতি 8,38,729 গৰাকী ব্যক্তি কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকাৰ বিপৰীতে 62,27,295 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷ দেশখনত আৰোগ্যৰ হাৰ 86.50 শতাংশ ৷ আইচিএমআৰৰ তথ্য অনুসৰি, 12 অক্টোবৰলৈকে দেশত মুঠ 8,89,45,107 গৰাকী লোকৰ কৰ’ণাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷ যাৰ ভিতৰত 10,73,014 গৰাকী ব্যক্তিৰ নতুনকৈ সংগ্ৰহিত নমুনা পৰীক্ষা কৰা হয় ৷

ভাৰতত COVID-19 ত আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 70 লক্ষাধিক ৷ অৱশ্যে বৰ্তমানলৈ দেশত এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা বৃদ্ধি পাই মুঠ আক্ৰান্তৰ সংখ্যাৰ 86.17 শতাংশ হৈছেগৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে দেওবাৰে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, প্ৰদান কৰা হৈছে এই তথ্য ৷

লগতে চাওকঃ COVID-19: বিশ্বৰ সামগ্ৰিক তথ্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.