ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য - india

বিগত 24 ঘণ্টাত ভাৰতত নতুনকৈ 90,632 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ লগে লগে দেশত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰে 41 লাখ ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
author img

By

Published : Sep 6, 2020, 3:03 PM IST

নেশ্যনেল ডেস্ক, 6 ছেপ্তেম্বৰ: ভাৰতত 6 ছেপ্তেম্বৰৰ দিনটোলৈ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যাই অতিক্ৰম কৰিলে 41 লক্ষাধিক ৷ বিগত 24 ঘণ্টাত নতুনকৈ 90,632 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19 ত ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰা তথ্য অনুসৰি, দেওবাৰলৈ 31,80,865 তকৈয়ো অধিক লোকে আৰোগ্য লাভ কৰিছে এই মহামাৰীৰ কবলৰ পৰা ৷ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 77.32 লৈ বৃদ্ধি পাইছে দেশত ৷

COVID-19 tracker: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা মুঠ 41,13,811 গৰাকীলৈ বৃদ্ধি পায় ৷ ইয়াৰ সমান্তৰালকৈ এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 70,626 গৰাকীলৈ ৷ বিগত 25 ঘণ্টাত দেশত 1,065 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷

দেশত বৰ্তমানেও 8,62,320 গৰাকী সক্ৰিয় আক্ৰান্ত ৰোগী আছে ৷ এই পৰিমাণ মুঠ আক্ৰান্তৰ সংখ্যাৰ 20.96 শতাংশ ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে, শনিবাৰে 10,92,654 টাকৈ কৰা নমুনাৰ পৰীক্ষাৰ লগে লগে দেশত মুঠ 4,88,31,145 টা নমুনা পৰীক্ষা সমাপন কৰা হৈছে ৷

লগতে পঢ়ক: পথ হেৰুওৱা চীনা নাগৰিকক উদ্ধাৰ কৰিলে ভাৰতীয় সেনাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.