ETV Bharat / bharat

কি কি ভাৰতীয় প্ৰতিষ্ঠানত চীনৰ বিনিয়োগ আছে জানিবলৈ ক্লি'ক কৰক !

সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু ৰঙা চীনৰ মাজত অব্যাহত থকা সংঘৰ্ষৰ পিছত চীনা সামগ্ৰী বৰ্জনৰ বাবে এক নতুন আন্দোলনৰ সৃষ্টি হৈছে । চীনৰ বাবে ভাৰত বাণিজ্যিক দিশৰ মূল কেন্দ্ৰ বিন্দু । চীনে প্ৰতিবছৰে ভাৰতত বহু লাখ কোটি টকাৰ বাণিজ্যিক চুক্তি সম্পাদন কৰে ।

india-china-faceoff-know-the-indian-companies-in-which-china-invests

author img

By

Published : Jun 17, 2020, 6:30 PM IST

নিউজ ডেস্ক, ১৭ জুন : সীমা বিবাদক কেন্দ্ৰ কৰি ভাৰত আৰু ৰঙা চীনৰ মাজত অব্যাহত থকা সংঘৰ্ষৰ পিছত চীনা সামগ্ৰী বৰ্জনৰ বাবে এক নতুন আন্দোলনৰ সৃষ্টি হৈছে । চীনৰ বাবে ভাৰত বাণিজ্যিক দিশৰ মূল কেন্দ্ৰ বিন্দু । চীনে প্ৰতিবছৰে ভাৰতত বহু লাখ কোটি টকাৰ বাণিজ্যিক চুক্তি সম্পাদন কৰে । এইখিনিতে কোন ভাৰতীয় কোম্পানীত চীনৰ বিনিয়োগ আছে চাওঁ আহক ৷

india-china-faceoff-know-the-indian-companies-in-which-china-invests
কি কি ভাৰতীয় প্ৰতিষ্ঠানত চীনৰ বিনিয়োগ আছে জানিবলৈ ক্লি'ক কৰক !

পেটিএম- চীনৰ আলিবাবা গ্ৰুপ মোবাইল ওয়ালেট সংস্থাই পেটিএমত বিনিয়োগ কৰিছে । সংস্থাটোৱে ৪০০ মিলিয়ন ডলাৰ পেটিএমত বিনিয়োগ কৰিছে ।

ফ্লিপ'কাৰ্ট- চীনৰ ষ্টিলভিউ ক্যাপিটাল আৰু টেনসেন্ট হোডিংস অফ চীন নামৰ সংস্থা দুটাই অনলাইন শ্বপিং চাইট ফ্লিপ'কাৰ্টত ৩০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

জ'মাতো- আলিবাবা গ্ৰুপ, আলিপে ছিংগাপুৰ হোডিং প্ৰাইভেট লিমিটেড, আন্ট ফাইনেনচিয়েল চাৰ্ভিচেছ নামৰ সংস্থাই অনলাইন ফুড ডেলিভাৰী জমাতো কোম্পানীত ২০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

চুইগি- চীনৰ মেটুয়ান ডায়ানপিং, হিলহাউছ ক্যাপিটাল, টেনসেন্ট হোডিংস আৰু এছএআইএফ পাৰ্টনাৰে চুইগিত ৫০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

অ'লা- টেনসেন্ট হোডিংস, ষ্টিভভিউ ক্যাপিটাল, চেলিং কেপিটেল, ইউলেড ইন্টাৰনেশ্বনেল লিমিটেড আৰু চীন ইউৰোপিয়ান সহযোগিতাই অ'লাত ৫০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

বাইজু- টেনসেন্ট হোডিংস অনলাইন শিক্ষা প্ৰযুক্তি সংস্থাই বাইজুতে ৫০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

বিগ বাস্কেট- চীনৰ আলিবাবা গ্ৰুপ আৰু টি আৰ ক্যাপিটাল নামৰ সংস্থাই বিগ বিস্কেটত ২৫০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

স্নেপডিল- আলিবাবা গ্ৰুপ আৰু এফআইএইচ মোবাইল লিমিটেডে ৭০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

অইঅ'- দিদি চুচিং আৰু চাইনা লজিং গ্ৰুপয়ে ১০০ মিলিয়ন ডলাৰ বিনিয়োগ কৰিছে ।

ইয়াৰ উপৰিও চীনে খাতাবুক, হাইক, মেক মাই ট্ৰিপ, আদি বহু কেইটা প্ৰতিষ্ঠানত বিনিয়োগ কৰিছে ।

লগতে পঢ়ক : আই আই টি হায়দৰাবাদে কোভিড-১৯ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰিছে AI-powered

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.