ETV Bharat / bharat

সীমা সমস্যা সন্দৰ্ভত ভাৰত-চীনৰ মাজত আলোচনা অব্য়াহত থাকিব

author img

By

Published : Nov 8, 2020, 1:43 PM IST

ভাৰত-চীনৰ মাজত উদ্ভৱ হোৱা সীমান্ত সমস্যাৰ সমাধানৰ বাবে দুয়োখন দেশে পৰৱৰ্তী আলোচনা অব্যাহত ৰাখিব ৷ ভাৰত-চীনৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি বৈঠকৰ পিচতেই প্ৰতিৰক্ষা মন্ত্ৰালয়ে এইদৰে জনাইছে ৷

সীমা সমস্যা সন্দৰ্ভত ভাৰত-চীনৰ মাজত আলোচনা অব্য়াহত থাকিব
সীমা সমস্যা সন্দৰ্ভত ভাৰত-চীনৰ মাজত আলোচনা অব্য়াহত থাকিব

নিউজ ডেস্ক, 8 নৱেম্বৰ : ভাৰত-চীনৰ মাজৰ উত্তৰ লাডাখত শনিবাৰে অনুষ্ঠিত হৈ যায় কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিচতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা অনুসৰি, অষ্টমলানি কামাণ্ডাৰ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈ যোৱাৰ পিচতো দুয়োখন দেশৰ মাজৰ সীমান্ত ব্যৱস্থাপনাৰ বাবে আলোচনা অনুষ্ঠিত হৈ থাকিব ৷

লগতে পঢ়ক : প্ৰাক্তন ভাৰতীয় সেনা জোৱানক সাহাৰ্য্য প্ৰদান সেনাধ্যক্ষৰ

প্ৰকৃত নিয়ন্ত্ৰণৰেখাত উদ্ভৱ হোৱা সমস্যাৰ বাবে দুয়োপক্ষৰ মাজত ইতিমধ্যে অষ্টমখন বৈঠক সম্পন্ন হৈ গৈছে ৷ দুয়োপক্ষৰ সেনাৰ কামাণ্ডাৰ পৰ্যায়ৰ এই বৈঠকত সামৰিক আৰু আমোলাতান্ত্ৰিক পৰ্যায়ত আলোচনা অনুষ্ঠিত কৰি সীমা সমস্যাৰ সমাধানৰ বাবে চেষ্টা কৰি থকা হৈছে ৷

অষ্টমলানি আলোচনাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে লেফ. জেন. পিজিকে মেননে ৷ আলোচনাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ যুটীয়া সচিব নবীন শ্ৰীবাস্তৱো উপস্থিত আছিল ৷

লগতে পঢ়ক : লাডাখৰ ভাৰত-চীনৰ কামাণ্ডাৰ পৰ্যায়ৰ অষ্টমলানি বৈঠক সমাপ্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.