- ভাৰত-ব্ৰাজিলৰ মাজত সম্পন্ন দ্বিপাক্ষিক বৈঠক
- পৰিবহণ আৰু যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিং আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী এইছ ই আৰ্ণষ্ট আৰাউ'জোৰ মাজত অনুষ্ঠিত হয় এই বৈঠক
- ব্ৰিকছ মন্ত্ৰীমণ্ডলী বৈঠকত অংশগ্ৰহণৰ বাবে শুক্ৰবাৰে ব্ৰাজিললৈ ৰাওনা হৈছিল মন্ত্ৰী ভি কে সিং
ভাৰত-ব্ৰাজিলৰ মাজত 'ব্ৰিকছ সন্মিলন’ক লৈ দ্বিপাক্ষিক আলোচনা - bilateral talk
শুক্ৰবাৰে ব্ৰাজিলত উপস্থিত হৈছিল ভাৰতৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিং
ভাৰত-ব্ৰাজিলৰ মাজত 'ব্ৰিকছ সন্মিলনক' লৈ দ্বিপাক্ষিক আলোচনা
- ভাৰত-ব্ৰাজিলৰ মাজত সম্পন্ন দ্বিপাক্ষিক বৈঠক
- পৰিবহণ আৰু যোগাযোগ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ভি কে সিং আৰু ব্ৰাজিলৰ বিদেশ মন্ত্ৰী এইছ ই আৰ্ণষ্ট আৰাউ'জোৰ মাজত অনুষ্ঠিত হয় এই বৈঠক
- ব্ৰিকছ মন্ত্ৰীমণ্ডলী বৈঠকত অংশগ্ৰহণৰ বাবে শুক্ৰবাৰে ব্ৰাজিললৈ ৰাওনা হৈছিল মন্ত্ৰী ভি কে সিং
Rio de Janeiro (Brazil), July 27 (ANI): Minister of State for Road Transport and Highways VK Singh met with Brazilian foreign minister HE Ernesto Araujo on Friday. Both leaders held a bilateral meeting on the sidelines of BRICS summit. Earlier, VK Singh arrived in Brazil for BRICS ministerial meeting on July 25.