ETV Bharat / bharat

দেশত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৪৮.৪৭ শতাংশঃ স্বাস্থ্য মন্ত্ৰণালয়

author img

By

Published : Jun 10, 2020, 3:22 PM IST

বিগত ২৪ ঘণ্টাত দেশত ৯,৯৮৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ২৭৯ গৰাকী ৰোগী। বৰ্তমান দেশত এই মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ ৭,৭৪৫ গৰাকীলৈ বৃদ্ধি পাইছে।

 recovery rate
in a first number of recovered covid 19 patients in india surpasses active cases recovery rate at 48.47%

নিউজ ডেস্ক, ১০ জুনঃ প্ৰথমবাৰৰ বাবে দেশত ৪৮.৪৭ শতাংশলৈ বৃদ্ধি পাইছে কোভিড-১৯ৰ কবলৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ হাৰ । কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে বুধবাৰে প্ৰকাশ কৰে এই তথ্য।

in a first number of recovered covid 19 patients in india surpasses active cases recovery rate at 48.47%
দেশত কোভিড-১৯ৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ ৪৮.৪৭ শতাংশঃ স্বাস্থ্য মন্ত্ৰণালয়

স্বাস্থ্য বিভাগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি বৰ্তমান দেশত ১,৩৩,৬৩২ গৰাকী লোক চিকিৎসাধীন অৱস্থাত আছে । লগতে ১,৩৫,২০৫ গৰাকী লোকে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে।

বিগত ২৪ ঘণ্টাত দেশত ৯,৯৮৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে ২৭৯ গৰাকী ৰোগী। বৰ্তমান দেশত এই মহামাৰীত মৃত্যু হোৱা লোকৰ সংখ্যা মুঠ ৭,৭৪৫ গৰাকীলৈ বৃদ্ধি পাইছে। তদুপৰি মুঠ ২,৭৬,৫৮৩ গৰাকী ব্যক্তি আক্ৰান্ত হৈছে এই ভাইৰাছত।

লগতে চাওকঃ সামাজিক দুৰত্ব বজাই নৰাখাৰ অভিযোগ কাইলি জেনাৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.