ETV Bharat / bharat

বিমুদ্ৰাকৰণৰ পিচত ভাৰতীয় বায়ুসেনাই সৰবৰাহ কৰিছিল 625 টন নতুন নোট

সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বাইত অনুষ্ঠিত টেকফেষ্টত অংশগ্ৰহণ কৰে দেশৰ প্ৰাক্তন বায়ুসেনা প্ৰধান এয়াৰ চীফ মাৰ্শ্বাল বিএছ ধানোৱাই ৷ টেকফেষ্টত অংশগ্ৰহণ কৰি 2016চনৰ বিমুদ্ৰাকৰণৰ পিচত ভাৰতীয় বায়ুসেনাই 625 টন নতুন নোট সৰবৰাহ কৰিছিল বুলি উল্লেখ কৰে বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত শীৰ্ষ বিষয়াগৰাকীয়ে ৷

ভাৰতীয় বায়ুসেনাই সৰবৰাহ কৰিছিল 625 টন নতুন নোট

author img

By

Published : Jan 5, 2020, 6:27 PM IST

নেশ্বনেল ডেস্ক, 5 জানুৱাৰীঃ 2016 চনৰ বিমুদ্ৰাকৰণৰ পিচত ভাৰতীয় বায়ুসেনাই দেশবাসীৰ বাবে সৰবৰাহ কৰিছিল 625 টন নতুন নোট ৷ মুম্বাইস্থিত সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, বোম্বাইৰ টেকফেষ্ট অনুষ্ঠানত অংশগ্ৰহণ কৰি এই কথা প্ৰকাশ কৰে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বাল বিএছ ধানোৱাই ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বালগৰাকীয়ে কয় যে, "যেতিয়া বিমুদ্ৰাকৰণ হৈছিল, ভাৰতীয় বায়ু সেনাই দেশবাসীৰ বাবে টকাৰ নোটসমূহ সৰবৰাহ কৰিছিল ৷ যদি এক কোটি টকা 20 কিলোগ্ৰাম ওজনৰ বেগত আহে, মই নাজানো কিমান কোটি টকা আমি সৰবৰাহ কৰিছিলো ৷" অনুষ্ঠানত প্ৰাক্তন এয়াৰ চীফ মাৰ্শ্বালগৰাকীয়ে দেখুওৱা অনুসৰি, সেই সময়ত ভাৰতীয় বায়ুসেনাই 33টাকৈ অভিযান নেতৃত্ব দি সৰ্বমুঠ 625 টন ওজনৰ টকাৰ বেগ দেশৰ বিভিন্ন প্ৰান্তলৈ সৰবৰাহ কৰিছিল ৷

লগতে পঢ়কঃ নতুন সেনা প্ৰধান হিচাপে মনোজ মুকুন্দ নাৰাৱানেৰ কাৰ্যভাৰ গ্ৰহণ

উল্লেখ্য যে, 2016 চনৰ 8 নৱেম্বৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 500 আৰু 1000 টকীয়া নোটসমূহ অবৈধ ঘোষণা কৰি বিমুদ্ৰাকৰণ ঘোষণা কৰিছিল ৷ এয়াৰ চীফ মাৰ্শ্বাল বিএছ ধানোৱাই 2016 চনৰ 31 ডিচেম্বৰৰ পৰা 2019 চনৰ 30 ছেপ্টেম্বৰলৈ ভাৰতীয় বায়ুসেনাক নেতৃত্ব প্ৰদান কৰিছিল ৷

লগতে পঢ়কঃ সৈন্য বাহনীয়ে নিজকে ৰাজনীতিৰ পৰা আঁতৰত ৰাখেঃ চিডিএছ বিপিন ৰাৱাট

অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাফেল চুক্তি সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ধানোৱাই কয় যে, প্ৰতিৰক্ষা সম্পদ অধিগ্ৰহণৰ ক্ষেত্ৰত হোৱা দেৰিয়ে দেশৰ সুৰক্ষা বাহিনীসমূহৰ সক্ষমতাত বিৰূপ প্ৰভাৱ পেলায় ৷ ৰাজীৱ গান্ধীৰ চৰকাৰৰ সময়ত হোৱা বফৰ্চ চুক্তিক লৈয়ো বিতৰ্কৰ সূচনা হৈছিল যদিও কাৰ্গিল যুদ্ধৰ সময়ত বফৰ্চ টোপে নিজৰ শক্তি প্ৰদৰ্শন কৰি শত্ৰুক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছিল ৷ তেওঁ লগতে উল্লেখ কৰে যে, যদিহে বালাকোট ষ্ট্ৰাইকৰ পিচত ভাৰত-পাকিস্তানৰ মাজত উদ্ভৱ হোৱা পৰিস্থিতিত ৱিং কামাণ্ডাৰ অভিনন্দনে মিগ 21ৰ পৰিৱৰ্তে ৰাফেল যুদ্ধবিমান ব্যৱহাৰ কৰিলে ইয়াৰ পৰিমাণ অধিক ফলপ্ৰসূ হ'লহেতেন

ZCZC
PRI GEN NAT
.MUMBAI BOM8
MH-DHANOA-NOTEBAN
IAF flew 625 tonnes of new notes after demonetisation: Dhanoa
         Mumbai, Jan 5 (PTI) Former Air Chief Marshal B S
Dhanoa has said that after demonetisation in 2016, the Indian
Air Force (IAF) transported 625 tonnes of new currency notes
to various parts of the country.
         The move to scrap the old Rs 500 and Rs 1,000 notes
was announced by Prime Minister Narendra Modi on November 8,
2016.
         Speaking at the Techfest event organised by the Indian
Institute of Technology Bombay here on Saturday, Dhanoa said,
"When demonetisation took place, we (IAF) took the currency
and brought it to you. If one crore comes in a bag of 20 kg, I
do not know how many crores we moved."
         One of the slides of Dhanoa's presentation showed that
as part of internal services, the IAF carried out 33 missions
transporting 625 tonnes of treasury consignment after the
demonetisation was announced.
         Dhanoa was the IAF chief from December 31, 2016 to
September 30, 2019.
         During the Techfest event, he also referred to the row
over the Rafale purchase deal, saying such controversies slow
down defence acquisitions, affecting capabilities of the armed
forces.
         The Bofors deal too got mired in controversy (during
the Rajiv Gandhi government) despite the Bofors guns "being
good", he noted.
         He also said that had Wing Commander Abhinandan
Varthaman been flying a Rafale instead of a MiG 21 during the
India-Pakistan stand-off after the Balakot strike last year,
the outcome would have been different. PTI ND
GK
GK
01051138
NNNN

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.