ETV Bharat / bharat

টেনজিং নৰগে বঁটাপ্ৰাপ্ত গজানন্দ যাদৱক বায়ুসেনাৰ শুভেচ্ছা

author img

By

Published : Aug 22, 2020, 1:17 PM IST

'টেনজিং নৰগে নেশ্যনেল এডভেঞ্চাৰাছ এৱাৰ্ড 2019' দখল কৰিবলৈ সক্ষম হোৱা উইং কামাণ্ডাৰ গজানন্দ যাদৱক ভাৰতীয় বায়ু সেনাই (IAF) শুভেচ্ছা প্ৰদান কৰিছে ৷

IAF congratulates Gajanand Yadava for being awarded 'Tenzing Norgay National Adventure Award 2019'
টেনজিং নৰগে এৱাৰ্ড 2019 দখল কৰা গজানন্দ যাদৱক IAF ৰ শুভেচ্ছা

নিউজ ডেস্ক, 22 আগষ্ট : 'টেনজিং নৰগে নেশ্যনেল এডভেঞ্চাৰাছ এৱাৰ্ড 2019' দখল কৰিবলৈ সক্ষম হোৱা উইং কামাণ্ডাৰ গজানন্দ যাদৱক ভাৰতীয় বায়ু সেনাই (IAF) শুভেচ্ছা প্ৰদান কৰিছে ৷

বায়ুসেনাই টুইটৰ জৰিয়তে কয়, "টেনজিং নৰগে নেশ্যনেল এডভেঞ্চাৰাছ এৱাৰ্ড, 2019 উইং কামাণ্ডাৰ গজানন্দ যাদৱে দখল কৰা বাবে অভিনন্দন ৷ পেৰাচ্যুত জাম্প প্ৰশিক্ষক তথা IAF স্কাই ডাইভিং দল ''আকাশ গংগা"ৰ সদস্য যাদৱে বৰ্তমানলৈকে 2900 টাকৈ জাম্প সম্পূৰ্ণ কৰিছে ৷

  • Congratulations!
    WgCdr Gajanand Yadava, for being awarded the 'Tenzing Norgey National Adventure Award 2019' in 'Air Adventure' category.
    WgCdr Gajanand Yadava, a Parachute Jump Instructor & member of IAF Skydiving Team 'AkashGanga', has undertaken more than 2900 jumps till date. pic.twitter.com/z90R6N8Enm

    — Indian Air Force (@IAF_MCC) August 21, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ক্ৰীড়াৰ প্ৰচাৰ আৰু খেলুৱৈক উদ্বুদ্ধ কৰি তোলাত গুৰুত্বপূৰ্ণ অৰিহনা যুগুৱা বাবে ৰাষ্ট্ৰীয় খেল প্ৰোতসাহন পুৰস্কাৰ, 2020 দখল কৰা এয়াৰ ফৰ্চ স্পৰ্টছ কন্ট্ৰল বৰ্ডক (AFSCB) শুভেচ্ছা জ্ঞাপন কৰে বায়ুসেনাই ৷

লগতে পঢ়ক : প্ৰাক্তন আইএএছ ৰাজীৱ কুমাৰ দেশৰ নতুন মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.