ETV Bharat / bharat

পোষণ আৰু মধুমেহ ৰোগৰ কাৰণ আৰু নিৰাময়ৰ উপায় ...

যদি আপুনি 2 পৰ্যায়ৰ মধুমেহত আক্ৰান্ত আৰু অধিক ওজনৰ ব্যক্তি তেন্তে ওজন কমোৱাৰ এটা পদ্ধতি বিচৰা মহত্বপূৰ্ণ কাম কিয়নো ইয়ে বাস্তৱত মধুমেহ নিৰাময়ত সহায় কৰে ৷

author img

By

Published : Sep 4, 2020, 6:09 PM IST

I believe that the greatest gift you can give your family and the world is a healthy you
পোষণ আৰু মধুমেহ ৰোগৰ কাৰণ আৰু উপায় ...

নিউজ ডেস্ক, 4 চেপ্টেম্বৰ: ন্যুট্ৰিচনিষ্ট আৰু ডায়বেটিছ বিশেষজ্ঞ দিব্যা গুপ্তাৰ তথ্যৰ ভিত্তিত সঠিক আহাৰ মানে কি ?

যদি আপোনাৰ প্ৰথম পৰ্যায়ৰ মধুমেহ হৈছে তেন্তে আপুনি তেজৰ শৰ্কৰাৰ স্তৰক নিয়ন্ত্ৰণত ৰাখিবলৈ কাৰ্বহাইড্ৰেটৰ গণনা বাস্তৱিকতে মহত্বপূৰ্ণ ৷ এয়া এনে এক প্ৰকাৰৰ কৌশল য’ত আহাৰত কাৰ্বহাইড্ৰেটৰ পৰিমাণক ট্ৰেক কৰা হয় যাতে আপুনি সুনিশ্চিত হ‘ব পাৰে যে কৰ’বাত দিয়া আহাৰত পূৰ্বৰ নিৰ্ধাৰিত মাত্ৰাৰ পৰা অধিক খাব পাৰে আৰু আপুনি কিমান ইঞ্চুলিন ল’ব পাৰে, আৰু তাৰ সৈতে মিলাই খাব পাৰে ৷ কাৰণ আপুনি কাৰ্বহাইড্ৰেটৰ প্ৰত্যেক সেৱনৰ গণনা কৰিব পাৰে ৷ কিয়নো প্ৰত্যেকবাৰৰ আহাৰ গ্ৰহণত কাৰ্বহাইড্ৰেট 15 গ্ৰাম হ‘ব লাগে ৷

যদি আপুনি 2 পৰ্যায়ৰ মধুমেহত আক্ৰান্ত আৰু অধিক ওজনৰ ব্যক্তি তেন্তে ওজন কমোৱাৰ এটা পদ্ধতি বিচৰা মহত্বপূৰ্ণ কাম কিয়নো ইয়ে বাস্তৱত মধুমেহ নিৰাময়ত সহায় কৰে ৷

পৰশ্বিয়নৰ আকাৰ এক মহত্বপূৰ্ণ বিষয় কাৰণ আপোনাৰ ওচৰত পৰ্যায় এক আৰু পৰ্যায় দুই মধুমেহ আছে ৷ ইয়ে আপোনাৰ দ্বাৰা কাৰ্ব গণনা বা আপোনাৰ ওজনক নিয়ন্ত্ৰণ কৰাত বহুত সহজ হোৱাত পোষণ সম্বন্ধীয় তথ্যৰ গণনা কৰে ৷

ব্লাড চুগাৰ কেনেদৰে নিয়ন্ত্ৰণ কৰিব, ইয়াৰ উপায় :

সুস্থ কাৰ্বহাইড্ৰেটৰ চয়ন কৰক- এনেধৰণৰ স্বাস্থ্যবৰ্ধক খাদ্যৰ বাচনি কৰক য’ত কাৰ্বচ থাকে ৷ যেনে: ব্ৰাউন ৰাইচ, সেউজীয়া শাক পাচলিযুক্ত ব্ৰেড, সেউজীয়া শাক পাচলিৰ পাস্তা, বাজৰা, জই, চেনীৰ পৰিমাণ কম ৷

সেউজীয়া পাত থকা পাচলি :

সেউজীয়া পাতৰ পাচলিয়ে আৱশ্যক হোৱা ভিটামিন, খনিজ আৰু পোষক পদাৰ্থৰে ভৰপূৰ থাকে ৷

ফল : ফল সকলোৰে বাবে ভাল আনকি মধুমেহ ৰোগীৰ বাবেও ভাল ৷ ফলত চুগাৰ থাকে ৷ কিন্তু সেয়া প্ৰাকৃতিক চেনী ৷

উচ্চ গুণগত প্ৰটিন যেনে, কণী, বিন, মাংস, পকাই নলোৱা দৈ আদি খাওক ৷

পেকেজড আৰু ফাষ্ট ফুড খোৱাৰ পৰা বিৰত থাকক ৷ বিশেষকৈ চেনী, ৰন্ধা ফাষ্ট ফুড, মিঠাই, চিপ্চ আদিৰ খোৱাৰ পৰাও বিৰত থাকক বা খালেও তাত থকা চুগাৰ লেভেলৰ মাত্ৰা চাই লওক অথবা তাৰ বিকল্প খাদ্য নিৰ্বাচিত কৰক ৷

এনেধৰণৰ পনীয়া বস্তুৰ পৰা বাচক য‘ত অধিক মাত্ৰাত চেনী থাকে ৷

নিমখৰ মাত্ৰা সীমিত কৰক, বহুত বেছি নিমখ খালে উক্ত ৰক্তচাপৰ আশংকা বৃদ্ধি হয় ৷

যদি আপুনি স্নেক্চ খাব বিচাৰে তেন্তে চিপ্চ, বিস্কুট আৰু চকলেটৰ সলনি দৈ, নিমখ নথকা বাদাম, বীজ, ফল আৰু পাচলি খাওক ৷

লগতে পঢ়ক : দুৱাৰমুখত নিৰ্বাচন : তিনিখন নতুন আঁচনি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.