ETV Bharat / bharat

গোৱাত আৰম্ভ হৈছে কোভাক্সিনৰ মানৱ শৰীৰত ওপৰত পৰীক্ষণ - গোৱা

মহামাৰী কৰ'ণা ভাইৰাছ বাবে প্ৰতিষেধক হিচাপে প্ৰস্তুত কৰা কোভাক্সিন নামৰ ভেকচিনটোৰ গোৱাৰ ৰেডকাৰ হাস্পতালত মানৱ শৰীৰত পৰীক্ষা কৰা আৰম্ভ কৰিছে বুলি সোমবাৰে টুইটযোগে মত ব্যক্ত কৰে গোৱাৰ মুখ্য়মন্ত্ৰী প্ৰমোদ সাৱান্তে ।

প্ৰমোদ সাৱান্ত
প্ৰমোদ সাৱান্ত
author img

By

Published : Jul 21, 2020, 5:36 PM IST

নিউজ ডেস্ক, ২১ জুলাইঃ গোৱাৰ ৰেডকাৰ হাস্পতালত মহামাৰী কৰ'ণা ভাইৰাছৰ ভেকচিন মানৱ শৰীৰত পৰীক্ষাৰ আৰম্ভ হৈছে বুলি সোমবাৰে সদৰি কৰে গোৱাৰ মুখ্য়মন্ত্ৰী প্ৰমোদ সাৱান্তে । লগতে এই কৰ্মত নিয়োজিত দলটোক অভিন্দন জ্ঞাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

  • Human trials of #Covaxin, an indigenously developed vaccine for #COVID19 has begun at Redkar Hospital in Goa. This is a testimony of India's immense potential in healthcare innovation. My best wishes to the entire team working on #Covaxin. #IndiaFightsCOVID19

    — Dr. Pramod Sawant (@DrPramodPSawant) July 20, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সাৱান্তে সোমবাৰে টুইটযোগে কয় যে, মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰি থকা "কোভাক্সিন" নামৰ ভেকচিনটো মানৱ শৰীৰত পৰীক্ষাৰ বাবে গোৱাৰ ৰেডকাৰ হাস্পতালত আৰম্ভ কৰিছে । এইটো ভাৰতৰ স্বাস্থ্য সেৱাৰ বাবে এটি ডাঙৰ দিশ । কোভাক্সিনৰ লগত জড়িত সমূহ দলটোক মোৰ তৰফৰ পৰা শুভকামনা ।

দেশৰ শীৰ্ষ ঔষধ নিয়ন্ত্ৰকে মহামাৰী কৰ'ণা প্ৰতিৰোধৰ বাবে প্ৰস্তুত কৰি থকা কোভাক্সিন নামৰ ভেকচিনটো মানৱ শৰীৰত পৰীক্ষাৰ বাবে সেউজ সংকেত লাভ কৰে । এই ভেকচিনটো হায়দৰাবাদস্থিত ভাৰত বায়'টেকৰ দ্বাৰা ICMR আৰু নেশ্যনেল ইনষ্টিটিউট অফ ভাইৰোলজিৰ সহযোগিতাত প্ৰস্তুত কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.