ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Sep 15, 2019, 5:15 AM IST

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো (15 চেপ্তেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

history in today's date
  • আজি আন্তৰাষ্ট্ৰীয় লিমফ'মা সজাগতা দিৱস ৷ লিমফ'মা একপ্ৰকাৰৰ কৰ্কট ৰোগ ৷ Lymphoma Coalition (LC) নামৰ সংগঠনৰ জৰিয়তে 44 খন দেশৰ প্ৰায় 63 গৰাকী লিমফ'মা ৰোগীৰে এই দিৱস পালন কৰি আহিছে ৷
  • আজি বিশ্ব গণতান্ত্ৰিক দিৱস ৷ 2007 চনত ৰাষ্ট্ৰসংঘ সাধাৰণ অধিবেশনত 15 চেপ্তেম্বৰ দিনটো বিশ্ব গণতান্ত্ৰিক দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
  • আজি ৰাষ্ট্ৰীয় অভিযন্তা দিৱস ৷ ভাৰতে প্ৰত্যেক বছৰে 15 চেপ্তেম্বৰ দিনটো অভিযন্ত্ৰা দিৱস হিচাপে পালন কৰি আহিছে ৷
  • 1830 চনৰ আজিৰ দিনটোতে আনুষ্ঠানিক ভাৱে ৰে'ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা, জৰ্জ ষ্টিফেনচনে নিৰ্মাণ কৰা ৰকেট নামৰ ইঞ্জিনটোৱে টনা ভাপচালিত ৰে'লগাড়ীৰ চলাচল আৰম্ভ আৰু পথ পৰিবহনৰ ইতিহাসত এটা নতুন যুগৰ সূচনা হয় ।
  • ১৯১৬ চনৰ 15 চেপ্তেম্বৰত প্ৰথম বিশ্বযুদ্ধৰ 'ফ্লেৰ্চ-কৰ্চেলেটৰ যুদ্ধত' যুদ্ধত প্ৰথম বাৰৰ বাবে ব্ৰিটিছ সেনাই টেংকাৰ ব্যৱহাৰ কৰে ।
  • ১৯৫৯ চনৰ আজিৰ দিনটোতে ভাৰতৰ দিল্লীত পোন প্ৰথমবাৰৰ বাবে টেলিভিছনৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ কৰিছিল ।
  • ১৯৮৯ চনৰ আজিৰ দিনটোতে ব্ৰৰছন মেটকাফ নামৰ ধূমকেতু এটাৰ সূৰ্যৰ পৰা ৮৬০ লাখ কিঃমিঃ দূৰত অৱস্থান কৰে ।
  • ২০০১ চনৰ 15 চেপ্তেম্বৰত আমেৰিকাৰ ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ ধ্বংসৰ মূল নায়ক ৰূপে অভিযুক্ত ওছামা বিন লাডেন, তালিবান শাসিত আফগানিস্তানত আমেৰিকাই যুদ্ধ ঘোষণা।
  • ২০০৮ চনৰ 15 চেপ্তেম্বৰত ভাৰতীয় ব্যংগ সংবাদ বা প্ৰহসনমূলক সংবাদৰ ৱেবছাইট ফেকিং নিউজ আৰম্ভ ।

image.jpeg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.