ETV Bharat / bharat

মহামাৰীক ৰোধ কৰাৰ বাবে আমি ৰণ কৌশল সলনি কৰিব লাগিব - নিৱনুৱা সমস্যা

ব্ৰিটিছ মেডিকেল জাৰ্ণেলৰ এক ৰায় অনুসৰি, আমি কৰ‘ণা ভাইৰাছৰ সৈতে চলাই থকা উলম্ব যুঁজখনৰ বিপৰীতে এই মহামাৰীক ৰোধ কৰাৰ বাবে আমি ৰণ কৌশল সলনি কৰিব লাগিব ৷ যিহেতু অসংক্ৰমিত ৰোগ আৰু দৈন্যতাৰ ফলত এই ৰোগে দৰিদ্ৰশ্ৰেণীৰ লোকৰ মাজত দ্ৰুত গতিত প্ৰভাৱ বিস্তাৰ কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে ৷

have to change the strategy of fight against epidemic

author img

By

Published : Jun 16, 2020, 7:24 PM IST

নিউজ ডেস্ক, 16 জুন : সম্প্ৰতি কৰ‘ণা ভাইৰাছে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছে ৷ ব্ৰিটিছ মেডিকেল জাৰ্ণেলৰ এক ৰায় অনুসৰি,আমি কৰ‘ণা ভাইৰাছৰ সৈতে চলাই থকা উলম্ব যুঁজখনৰ বিপৰীতে এই মহামাৰীক ৰোধ কৰাৰ বাবে আমি ৰণ কৌশল সলনি কৰিব লাগিব ৷ যিহেতু অসংক্ৰমিত ৰোগ আৰু দৈন্যতাৰ ফলত এই ৰোগে দৰিদ্ৰশ্ৰেণীৰ লোকৰ মাজত দ্ৰুত গতিত প্ৰভাৱ বিস্তাৰ কৰে বুলি গৱেষণাত প্ৰকাশ পাইছে ৷

এই জাৰ্ণেলত কোভিড-19 ৰ সৈতে পোনপেটীয়াকৈ যুদ্ধ কৰাতকৈ দৃষ্টিকোণ কিছু সলনি কৰি পৰোক্ষ ভাৱে এই মহামাৰীক ৰোধ কৰিবলৈ চেষ্টা কৰা উচিত বুলি বাখ্যা আগবঢ়োৱা হৈছে ৷

উক্ত প্ৰতিবেদনত কোৱা হৈছে যে দৰিদ্ৰশ্ৰেণীৰ লোক, পুষ্টিহীনতাত ভুগি থকা লোক সকলৰ স্বাস্থ্যৰ যতন লোৱাৰ লগতে তেওঁলোকৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ সমূহ হাতত লোৱা উচিত বুলি কয় ৷ তদুপৰি লেখকৰ অনুসৰি, অসংক্ৰমণাত্মক ৰোগ যেনে মেদবহুলতা, উচ্চ ৰক্তচাপ, মধুমেহ আদি ৰোগ থকা লোক কোভিড-19 ৰ দ্বাৰা সৰ্বাধিক হাতৰ প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে৷ তাৰোপৰি সম্প্ৰতি নিৱনুৱা সমস্যা, আৰ্থিক দৈন্যতা, খাদ্য অসুৰক্ষা আদি কাৰণত এই মহামাৰী আৰু অধিক শক্তিশালী ৰূপ ধাৰণ কৰিছে ৷

গতিকে এই শ্ৰেণীৰ লোকৰ স্বাস্থ্য সুৰক্ষা, খাদ্য সুৰক্ষা আৰু অন্যান্য দৃষ্টিকোণ সমূহৰ প্ৰতি লক্ষ্য ৰাখি পৰিকল্পনা প্ৰস্তুত কৰা উচিত বুলি গৱেষণাত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.