ETV Bharat / bharat

জু-ৰোডত আটক ভুৱা কোম্পানীৰ 9 মহিলাসহ 37 গৰাকীৰ ব্যক্তি

author img

By

Published : May 22, 2019, 10:34 AM IST

ৰাজেশ খান নামৰ এগৰাকীৰ ব্যক্তি গৰাকীৰ অধীনত 'Avenir Pvt Ltd' নামেৰে চলিছিল ভুৱা কোম্পানীটো ৷ ইতিমধ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীকো আটক কৰিছে চিআইডিয়ে ৷

জু-ৰোডস্থিত ভুৱা কোম্পানী

নিউজ ডেস্ক, 22 মে': মহানগৰীৰ জু-ৰোডত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত ৷ ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান অপৰাধ অনুসন্ধান শাখা চমুকৈ চিআইডিৰ ৷ অভিযানত আটক 9 গৰাকী মহিলাসহ 37 গৰাকী ব্যক্তি ৷

উল্লেখ্য যে, ৰাজেশ খান নামৰ এগৰাকীৰ ব্যক্তি গৰাকীৰ অধীনত 'Avenir Pvt Ltd' নামেৰে চলিছিল ভুৱা কোম্পানীটো ৷ ইতিমধ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীকো আটক কৰিছে চিআইডিয়ে ৷ লগতে কোম্পানীটোৰ পৰা জব্দ কৰে 22 টা মনিটৰ, 40 টা চিপিইউ, দুটা পেনড্ৰাইভ, 1 টা লেপটপ, 32 টা ম'বাইল ফোনৰ লগতে বহুতো আপত্তিজনক নথি পত্ৰ ৷ আনহাতে, কোম্পানীটোৰ বিৰুদ্ধে 120বি, 419, 420,468,471,384 নম্বৰৰ অধীনত গোচৰ ৰুজু কৰি ভুৱা কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে ৷

guwahati: CID busts illegal csll center, 37 arrested

জু-ৰোডত আটক ভুৱা কোম্পানীৰ 9 মহিলাসহ 37 গৰাকীৰ ব্যক্তি

body: নিউজ ডেস্ক, 22 মে': মহানগৰীৰ জু-ৰোডত অপৰাধ অনুসন্ধান শাখাৰ অভিযানত ৷ ভুৱা কল চেন্টাৰৰ বিৰুদ্ধে অভিযান অপৰাধ অনুসন্ধান শাখা চমুকৈ চিআইডিৰ ৷ অভিযানত আটক 9 গৰাকী মহিলাসহ 37 গৰাকী ব্যক্তি ৷

উল্লেখ্য যে, ৰাজেশ খান নামৰ ব্যক্তি গৰাকীৰ অধীনত 'Avenir Pvt Ltd' নামেৰে চলিছিল ভুৱা কোম্পানীটো ৷ ইতিমধ্যে কোম্পানীটোৰ স্বত্বাধিকাৰীকো আটক কৰিছে আৰক্ষীয়ে ৷ লগতে কোম্পানীটোৰ পৰা জব্দ কৰে 22 টা মনিটৰ, 40 টা চিপিইউ, দুটা পেনড্ৰাইভ, 1 টা লেপটপ, 32 টা ম'বাইল ফোনৰ লগতে বহুতো আপত্তিজমক নথি পত্ৰ ৷ আনহাতে, কোম্পানীটোৰ বিৰুদ্ধে 120বি, 419, 420,468,471,384 নম্বৰৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ভুৱা কোম্পানীটোৰ বিৰুদ্ধে ৷   
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.