ETV Bharat / bharat

মন্দিৰৰ দেৱ-দেৱতাৰো উঠে গৰম, দেৱতাক গৰমৰ পৰা ৰক্ষা দিবলৈ কুলাৰৰ বিশেষ ব্যৱস্থা - শ্ৰী সীতা ৰাম মন্দিৰ

শ্ৰী সীতা ৰাম মন্দিৰত দেৱ-দেৱী সকলৰ মূৰ্তিক গৰমৰ পৰা ৰক্ষা দিবলৈ মন্দিৰ কৰ্তৃপক্ষই ব্যৱস্থা কৰিলে কুলাৰৰ, যাতে কোনো কাৰণতে ভগৱানে অনুভৱ কৰিব নোৱাৰে গৰম

দেৱতাক গৰমৰ পৰা ৰক্ষা দিবলৈ কুলাৰৰ বিশেষ ব্যৱস্থা
author img

By

Published : May 18, 2019, 8:44 AM IST

নিউজ ডেস্ক, 18 মে': উৎকট গৰমৰ পৰা দেৱ-দেৱতাক ৰক্ষা দিবলৈ উত্তৰ প্ৰদেশৰ অযোধ্যাৰ এটা মন্দিৰত কৰা হ'ল বিশেষ ব্যৱস্থা৷ শ্ৰী সীতা ৰাম মন্দিৰত দেৱ-দেৱী সকলৰ মূৰ্তিক গৰমৰ পৰা ৰক্ষা দিবলৈ মন্দিৰ কৰ্তৃপক্ষই কৰিলে কুলাৰৰ ব্যৱস্থা, যাতে কোনো কাৰণতে ভগৱানে অনুভৱ কৰিব নোৱাৰে গৰম ৷ তাৰোপৰি গৰমৰ কৱলৰ পৰা ৰক্ষা পৰাৰ উদ্দেশ্যে দেৱতাসকলক গোলাপ জলেৰেও স্নান কৰোৱা হয় ৷

দেৱতাক গৰমৰ পৰা ৰক্ষা দিবলৈ কুলাৰৰ বিশেষ ব্যৱস্থা

ইতিমধ্যে মন্দিৰ অৱস্থিত অঞ্চলত 40 ডিগ্ৰীৰো অধিক তাপমান হোৱাৰ লগতে আগন্তুক সময়ত আৰু অধিক বৃদ্ধিৰ সম্ভাৱনা আছে বুলি জনায় মন্দিৰ কৰ্তৃপক্ষই ৷ মন্দিৰৰ পূজাৰীয়ে জনোৱা মতে মন্দিৰৰ দেৱতাসকলে যাতে গৰম অনুভৱ কৰিব নোৱাৰে তাৰ বাবেই কুলাৰ আৰু গোলাপ জলেৰে স্নান কৰোৱা হয় দেৱতাৰ মূৰ্তি৷

Ayodhya (Uttar Pradesh), May 18 (ANI): Due to scorching heat, coolers installed at a temple in Uttar Pradesh's Ayodhya. Shri Sita Ram Mandir has installed these coolers for the Gods so that they don't feel too much heat. They also bathe idols of deities with rose water to beat the heat. Temperature in the temple town has touched 40 degrees and likely to increase in the coming days. Temple's priest said, "Temperature is high, so we have arranged coolers for the Gods. We bathe them with rose water as well."
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.