ETV Bharat / bharat

বিশ্বৰ সামগ্ৰিক ক’ভিড-19ৰ তথ্য...

সমগ্ৰ বিশ্বৰ ভিতৰত আটইতকৈ বেছি ক’ৰণাত আক্ৰান্ত হৈছে আমেৰিকা যুক্ত ৰাষ্ট্ৰ ৷ বৰ্তমান পৰ্যন্ত আমৰিকাত এই মহামাৰীত 87,46,953 গৰাকীতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে 2,29,284 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷

author img

By

Published : Oct 24, 2020, 5:04 PM IST

Global COVID-19 tracker
বিশ্বৰ সামগ্ৰিক ক’ভিড-19ৰ তথ্য....

নিউজ ডেস্ক, 24 অক্টোবৰঃ বিশ্বত মহামাৰী ক’ৰণা ভাইৰাছত 4,24,69,951 গৰাকীতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে বৰ্তমান পৰ্যন্ত 11,49,142 গৰাকীতকৈ অধিলোকে মৃত্যু আঁকোৱালি লৈছে ৷ ইপিনে সম্প্ৰতি এই মহামাৰী কৱলৰ পৰা 3,14,23,039 গৰাকীয়ে আৰোগ্য লাভ কৰিছে ৷

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বৰ ভিতৰত আটইতকৈ বেছি ক’ৰণাত আক্ৰান্ত হৈছে আমেৰিকা যুক্ত ৰাষ্ট্ৰ ৷ বৰ্তমান পৰ্যন্ত আমৰিকাত এই মহামাৰীত 87,46,953 গৰাকীতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে 2,29,284 গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৷

বিশ্বৰ সামগ্ৰিক ক’ভিড-19ৰ তথ্য....

দক্ষিণ কোৰিয়াত 77 গৰাকীৰ দেহত নতুনকৈ ক’ভিড-19 পজিটিভ ধৰা পৰিছে ৷ তাৰ ভিতৰত অধিক সংখ্যক আক্ৰান্ত ৰাজধানীতে পোৱা গৈছে ৷

শ্ৰীলংকাৰ এগৰাকী বিষয়ববীয়াই উল্লেখ কৰে যে,শনিবাৰে দেশখনৰ মুখ্য মাছৰ বজাৰত 609 গৰাকীৰ দেহত ক’ভিড-19 পজিটিভ পোৱাৰ পিছতে মাজৰ বজাৰৰ লগতে দোকান সসূহ বন্ধ কৰি দিয়া হৈছে ৷

Global COVID-19 tracker
বিশ্বৰ সামগ্ৰিক ক’ভিড-19ৰ তথ্য....

সমগ্ৰ ঘটনাৰ পিচতে ক’লম্বোৰ বিভিন্ন প্ৰান্তত চৰকাৰে সান্ধ্য আইন জাৰি কৰিছে ৷ যি সমূহ অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি সেই সমূহ অঞ্চল চৰকাৰে কোৱাৰেন্টাইন জ’ন হিচাপে ঘোষণা কৰিছে ৷ 11 খন গাঁৱৰ লগতে শ্ৰীলংকাৰ ৰাজধানী ক’লম্বোত এই ব্যৱস্থা কৰা হৈছে ৷

সম্প্ৰতি চৰকাৰে কেইবাহাজাৰ লোকক নিজৰ নিজৰ ঘৰত কোৱাৰেন্টাইন কৰাৰ ব্যৱস্থা কৰিছে ৷ বিদ্যালয় , চৰকাৰী কাৰ্লযালয়, বন্ধ কৰি দিছে ৷ সামাজিক সভা,ৰাজহুৱা যাতায়ত ব্যৱস্থাত প্ৰতিবন্ধকতা আৰোপ কৰিছে চৰকাৰে ৷

লগতে পঢ়কঃ বিহাৰ নিৰ্বাচন: আৰজেডি দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.