ETV Bharat / bharat

কোভিড-১৯ঃ বিশ্বজুৰি শেহতীয়া তথ্য - কৰ'ণা ভাইৰাছ

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছৰ লক্ষণ হিচাপে মানুহৰ দেহত সাধাৰণ বেমাৰৰ উপস্থিতিয়েও ধৰা দিব পাৰে । কিছু-কিছু ক্ষেত্ৰত প্ৰাপ্ত বয়স্ক অথবা অন্য বেমাৰত আক্ৰান্ত হৈ থকা ব্যক্তিৰ মৃত্যুৰ কাৰণো এই ভাইৰাছ হ'ব পাৰে । কৰণা মহামাৰীয়ে ইতিমধ্যে সমগ্ৰ বিশ্বজুৰি ৬৮,০০,০০০ ত কৈও অধিক লোকৰ দেহত ধৰা দিয়াৰ লগতে এই ৰোগত আক্ৰান্ত হৈ এই পৰ্যন্ত ৩,৯০,০০০ দৰাকী লোক মৃত্যুমুখত পৰিছে ।

কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য
কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য
author img

By

Published : Jun 6, 2020, 12:15 PM IST

নেশ্যনেল ডেস্ক, ৬ জুন: মহামাৰী কৰ'ণা ভাইৰাছৰ ফলত এই পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি ৬৮,৩৯,৪২৯ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে ৩,৯৭,৪৪৬ গৰাকী লোকৰ মৃত্যু হয় । ইয়াৰ লগতে ৩৩,৩১,৯৫৯ গৰাকী লোক এই ৰোগৰ পৰা সুস্থ হৈ উঠিছে বুলি তথ্যত প্ৰকাশ পাইছে ।

বৃহস্পতিবাৰে ফ্ৰান্সত ২৪ ঘণ্টাৰ ভিতৰত আক্ৰান্তৰ সংখ্যা ৪৬ জন বৃদ্ধি পোৱাৰ পিছতে মৃত্যুৰ সংখ্যা ২৯,১১১ গৰাকীলৈ বৃদ্ধি পায় । আক্ৰান্তৰ সংখ্য়াৰ ফালৰ পৰা, ৬,৪৬,০০৬ গৰাকীৰ সৈতে বিশ্বব্যাপী ব্ৰাজিল দ্বিতীয় স্থানত আছে ।

কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য
কোভিড-১৯: বিশ্বজুৰি শেহতীয়া তথ্য

উল্লেখ্য যে, কৰ'ণা ভাইৰাছৰ লক্ষণ হিচাপে মানুহৰ দেহত সাধাৰণ বেমাৰৰ উপস্থিতিয়েও ধৰা দিব পাৰে । কিছু কিছু ক্ষেত্ৰত প্ৰাপ্ত বয়স্ক অথবা অন্য বেমাৰত আক্ৰান্ত হৈ থকা ব্যক্তিৰ মৃত্যুৰ কাৰণ কৰ'ণা ভাইৰাছো হ'ব পাৰে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: প্ৰথম স্থান দখলেৰে দৰঙলৈ গৌৰৱ কঢ়িয়ালে ধৃতিমান বাস্তৱ কলিতাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.