নিউজ ডেস্ক, 4 আগষ্টঃ দেওবাৰে উত্তৰ প্ৰদেশত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ নয়দাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী যুৱতীয়ে ৷ যুৱতীগৰাকীৰ আত্মহত্যাৰ শিহৰণকাৰী দৃশ্যাংশ বন্দী হৈ ৰৈছে কেমেৰাত ৷ অৱশ্যে উপস্থিত লোকৰ তৎপৰতাত যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে ৷ তথ্য অনুসৰি, মাকৰ সৈতে কাজিয়া লাগি যুৱতীগৰাকীয়ে চিকিৎসালয়খনলৈ আহিছিল ৷ কোনো ৰোগত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীয়ে কি কাৰণে আত্মহত্যা কৰিব লৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
চিকিৎসালয়ৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা - চিকিৎসা
প্ৰথমে মাতৃৰ সৈতে কাজিয়া আৰু তাৰপাচতেই চিকিৎসালয়ৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ অপচেষ্টা চলোৱা এগৰাকী যুৱতীৰ শিহৰণকাৰী দৃশ্যাংশ বন্দী হৈ ৰয় কেমেৰাত ৷ দেওবাৰে নয়দাৰ এখন চিকিৎসালয়ত সংঘটিত হয় এই ঘটনা ৷

নিউজ ডেস্ক, 4 আগষ্টঃ দেওবাৰে উত্তৰ প্ৰদেশত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ নয়দাৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ছাদৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায় এগৰাকী যুৱতীয়ে ৷ যুৱতীগৰাকীৰ আত্মহত্যাৰ শিহৰণকাৰী দৃশ্যাংশ বন্দী হৈ ৰৈছে কেমেৰাত ৷ অৱশ্যে উপস্থিত লোকৰ তৎপৰতাত যুৱতীগৰাকীৰ প্ৰাণ ৰক্ষা পৰে ৷ তথ্য অনুসৰি, মাকৰ সৈতে কাজিয়া লাগি যুৱতীগৰাকীয়ে চিকিৎসালয়খনলৈ আহিছিল ৷ কোনো ৰোগত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীয়ে কি কাৰণে আত্মহত্যা কৰিব লৈছিল সেয়া এতিয়াও পোহৰলৈ অহা নাই ৷ পৰৱৰ্তী সময়ত আৰক্ষীৰ উপস্থিতিত যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
ग्रेटर नोएडा के शारदा हॉस्पिटल में इलाज कराने आई युवती ने खुदकुशी का किया प्रयास वहा मौजूद लोगों ने उसे बचाकर इलाज के लिए हॉस्पिटल में कराया भर्ती वहां मौजूद लोगों ने खुदकुशी के प्रयास का लाइव वीडियो बनाकर किया वायरल।पुलिस जांच में जुटी।Body:शारदा हॉस्पिटल में इलाज कराने आई युवती ने खुदकुशी का किया प्रयास लेकिन वक्त रहते ही लोगों ने उसे बचा लिया जिसके बाद मौके पर पहुंची पुलिस पूरे मामले की कर रही है जांच। लेकिन इस सुसाइड का वहां मौजूद लोगों ने वीडियो बना लिया और उसे सोशल मीडिया पर वायरल भी कर दिया।वही वही शारदा हॉस्पिटल के प्रबंधक का कहना है यह लड़की मानसिक रोगी है और अपनी मां से विवाद होने के बाद सुसाइड का प्रयास कर रही थी ।Conclusion:लड़की को वक्त रहते ही उसे बचा लिया गया और इलाज के लिए उसे भर्ती भी कर दिया गया है यह लड़की पहले भी कई बार हॉस्पिटल में इलाज कराने आ चुकी है। इस मामले में सुसाइट करने के कारणों का पुलिस जांच कर रही है।