ETV Bharat / bharat

আজানৰ বাবে বন্ধ কৰিলে গণেশ পূজাৰ আৰতি

author img

By

Published : Sep 7, 2019, 4:49 PM IST

কৰ্ণাটকৰ কপ্পাল জিলাত গণেশ পূজাৰ সমদলে বন্ধ কৰিলে আৰতি ৷ আজানক সন্মান জনাই দাঙি ধৰিলে ধৰ্মীয় সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন ৷

আজানৰ বাবে বন্ধ কৰিলে গণেশ পূজাৰ গান-আৰতি

নিউজ ডেস্ক, 7 চেপ্তেম্বৰঃ ধৰ্মীয় অসহিষ্ণুতাই দেশত গা কৰি উঠা বুলি সকলোৱে অভিযোগ কৰাৰ সময়তে কৰ্ণাটকৰ কপ্পালৰ এক ঘটনাই দাঙি ধৰিছে ধৰ্মীয় সম্প্ৰীতিৰ এক অপূৰ্ব নিদৰ্শন ৷ গণেশ পুজাৰ পঞ্চম দিনা গণেশৰ মূৰ্তি বিসৰ্জনৰ বাবে এটা সমদলে শোভাযাত্ৰা কৰি থকাৰ সময়তে এটা মছজিদৰ সমুখত আজান দিয়াত মাইক আৰু সকলো গান-আৰতি বন্ধ কৰি শ্ৰদ্ধাসহকাৰে সন্মান প্ৰদৰ্শন কৰে গণেশ পূজাৰ সমদলটোৱে ৷ কপ্পাল জিলাৰ এই ঘটনাটোৱে নিশ্চিতভাৱে প্ৰতিষ্ঠা কৰিব ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ ৷

Intro:Body:ಕೊಪ್ಪಳ:- ಗಣೇಶಮೂರ್ತಿ ನಿಮಜ್ಜನಕ್ಕೆ ಮೆರವಣಿಗೆ ತೆರಳುತ್ತಿದ್ದಾಗ ಮಸೀದಿಯಿಂದ ಆಜಾನ್ ಕೇಳುತ್ತಿದ್ದಂತೆ ಮೆರವಣಿಗೆ ಹಾಗೂ ವಾದ್ಯಗಳ ಸದ್ದನ್ನು ಕೆಲಕಾಲ‌ ನಿಲ್ಲಿಸಿ ಭಾವೈಕ್ಯೆತೆ ಸಾಕ್ಷಿಯಾದ ಘಟನೆ ನಗರದಲ್ಲಿ ನಡೆದಿದೆ. ಗಣೇಶ ಪ್ರತಿಷ್ಠಾಪನೆಯ ಐದನೇ ದಿನವಾದ ಇಂದು ಕೆಲ ಗಣೇಶಮೂರ್ತಿಗಳ ನಿಮಜ್ಜನ ನಡೆಯಿತು. ಜವಾಹರ ರಸ್ತೆಯ ಮೂಲಕ ನಿಮಜ್ಜನಕ್ಕೆ ಭರ್ಜರಿಯಾಗಿ ಮೆರವಣಿಗೆ ಮೂಲಕ ಸಾಗುತ್ತಿರುವಾಗ ಹಾದಿಯಲ್ಲಿನ ಮಸೀದಿಯಿಂದ ಆಜಾನ್ ಕೇಳಿಸಿದೆ. ಈ ಸಂದರ್ಭದಲ್ಲಿ ಗಣೇಶ ಮೆರವಣಿಗೆಯನ್ನು ಹಾಗೂ ವಿವಿಧ ವಾದ್ಯಗಳ ಸದ್ದನ್ನು ಕೆಲಕಾಲ ನಿಲ್ಲಿಸಿ ಭಾವೈಕ್ಯತೆ ಮೆರೆಯಲಾಯಿತು.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.