ETV Bharat / bharat

প্ৰতিশ্ৰুতি অনুসৰি ৰিলায়েন্স ঋণ মুক্তঃ আম্বানি - Jio

মুকেশ আম্বানীয়ে শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাই যে, চেয়াৰ হোল্ডাৰক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি, ৰিলায়েন্স কোম্পানি এতিয়া ঋণ মুক্ত । কোম্পানীটোৱে মাত্ৰ ৫৮ দিনৰ ব্যৱধানত ১৬৮৮১৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

Fulfilled my promise, Reliance is now net debt-free: Mukesh Ambani

author img

By

Published : Jun 19, 2020, 10:34 PM IST

নিউজ ডেস্ক, ১৯ জুন : দেশৰ প্ৰখ্যাত গ্ৰুপ ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানিয়ে শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনাই যে, চেয়াৰ হোল্ডাৰক প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি,ৰিলায়েন্স কোম্পানী এতিয়া ঋণ মুক্ত । অধ্যক্ষ গৰাকীয়ে লগতে আকৌ জনাই যে,২০২১ চনৰ মাৰ্চৰ আগেয়ে প্ৰতিশ্ৰুতি দিয়া অনুসৰি আমি বৰ্তমান ঋণ মুক্ত ।

Fulfilled my promise, Reliance is now net debt-free: Mukesh Ambani
প্ৰতিশ্ৰুতি অনুসৰি ৰিলায়েন্স ঋণ মুক্তঃ আম্বানি

কোম্পানীটোৱে মাত্ৰ ৫৮ দিনৰ ব্যৱধানত ১৬৮৮১৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । জনোৱা অনুসৰি,উক্ত কোম্পানীটোৱে Jioৰ জৰিয়তে ১১৫৬৯৩ কোটি টকা আৰু ৫৩১২৪.২০ কোটি টকা অন্য ব্যৱসায়ৰ জৰিয়তে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

২০২০ চনৰ ২২ এপ্লিল তাৰিখে জনোৱা অনুসৰি, Jioৰ Facebook, Silver Lake, Vista Equity Partners, General Atlantic, KKR, Mubadala, ADIA, TPG, L Catterton আৰু PIF ৰ জৰিয়তে ১১৫৬৯৩ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ।

কোম্পানীটোৱে ২০২১ চনৰ ৩১ মাৰ্চলৈ ১৬১০৩৫ কোটি টকা ঋণৰ বোজা লৈ আছিল যাৰ বাবে এই বৃহৎ ধন ৰাশি সংগ্ৰহ কৰি বৰ্তমান কোম্পানীটো ঋণ মুক্ত হোৱা বুলি অধ্যক্ষ গৰাকীয়ে উল্লেখ কৰে ।

লগতে পঢ়ক :এইবাৰ ডিব্ৰু-ছৈখোৱাত অইলে চলাব তৈল খনন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.