ETV Bharat / bharat

শোকাৱহ পথ দুৰ্ঘটনাত নিহত চাৰিজন - তেলেংগানাৰ জলগাঁৱৰ পলকুথী বিধানসভা সমষ্টিৰত

তেলেংগানাৰ জলগাঁৱৰ পলকুথী বিধানসভা সমষ্টিত সংঘটিত হয় এটা পথ দুৰ্ঘটনা ৷ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷

four-killed-in-road-accident-in-telangana
পথ দুৰ্ঘটনাত চাৰিজন নিহত
author img

By

Published : Jul 16, 2020, 12:16 PM IST

নিউজ ডেস্ক,16জুলাইঃ বৃহস্পতিবাৰে তেলেংগানাৰ জলগাঁৱৰ পলকুথী বিধানসভা সমষ্টিত সংঘটিত এটা পথ দুৰ্ঘটনাত চাৰিজন লোকৰ মৃত্যু হয় ৷ ইপিনে মৃত ব্যক্তি কেইজন ৰংগাৰেড্ডি জিলাৰ মনচলাৰ নিবাসী হৰয়া, গৌবিন্দৰ, মধু আৰু দুৰ্য্য বুলি চিনাক্ত কৰা হৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে ৷ ঘটনা অনুসৰি 11 জন সদস্যই এখন ট্ৰাকত যাত্ৰা কৰি থাকোতে দুৰ্ঘটনা সংঘটিত হয় ৷ চাৰিজন সদস্যৰ থিতাতে মৃত্যু হয় ৷ আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখযোগ্য যে, বুধবাৰে সেই একেই স্থানতে এগৰাকী আই পি এছ বিষয়া ভি ভি শ্ৰীনিবাস দুৰ্ঘটনাত পতিত হৈছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে ৷

লগতে পঢ়কঃ ৰঞ্জন দৈমাৰী-অখিল গগৈৰ মুক্তিৰ দাবীৰে চিৰাঙত ৰাইজৰ সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.