ETV Bharat / bharat

87 বছৰ বয়সত মৃত্যু দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টি এন চেচানৰ

ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানৰ মৃত্যু ৷ 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে দেশৰ 10 সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷

author img

By

Published : Nov 11, 2019, 3:04 AM IST

Updated : Nov 11, 2019, 7:57 AM IST

দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিএন চেচান

নেশ্যনেল ডেস্ক, 10 নৱেম্বৰঃ ভাৰতৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানৰ মৃত্যু ৷ 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷

  • Shri TN Seshan was an outstanding civil servant. He served India with utmost diligence and integrity. His efforts towards electoral reforms have made our democracy stronger and more participative. Pained by his demise. Om Shanti.

    — Narendra Modi (@narendramodi) November 10, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়কঃ 7 দিন, ৰঞ্জন গগৈৰ হাতত বাকী 5 টা গুৰুত্বপূৰ্ণ বিষয়ৰ ৰায়দান

দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ টুইটাৰযোগে চেচানৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে ৷

ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত বিশেষ সংস্কাৰ সাধন কৰিছিল টিৰুনেল্লাই নাৰায়ন আয়াৰ ওৰফে টিএন চেচানে ৷ 1955 চনৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ তামিলনাডু কেডাৰৰ বিষয়া আছিল চেচান ৷ 1989 চনত দেশৰ 18 সংখ্যক কেবিনেট সচিব নিযুক্ত হৈছিল চেচান ৷ তাৰ পূৰ্বেই বহুটো পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰা বিষয়াগৰাকীয়ে 1990 চনৰ 12 ডিচেম্বৰৰ পৰা 1996 চনৰ 11 ডিচেম্বৰলৈ ভাৰতৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত হৈছিল ৷ চৰকাৰী যন্ত্ৰলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে 1996 চনৰ ৰমন মেগছেছে বঁটা লাভ কৰিছিল টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানে ৷ অৱশেষত বাৰ্ধক্যজনিত কাৰণত 87 বছৰ বয়সত দেওবাৰে মৃত্যুক সাৱতি লয় দেশৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷

Intro:Body:

87 বছৰ বয়সত মৃত্যু দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিএন চেচানৰ 

ভাৰতৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানৰ মৃত্যু ৷ 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে দেশৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷ 

নেশ্বনেল ডেস্ক, 10 নৱেম্বৰঃ ভাৰতৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানৰ মৃত্যু ৷ 87 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে দেশৰ প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷ 

ভাৰতৰ নিৰ্বাচনী ব্যৱস্থাত বিশেষ সংস্কাৰ সাধন কৰিছিল টিৰুনেল্লাই নাৰায়ন আয়াৰ ওৰফে টিএন চেচানে ৷ 1955 চনৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ তামিলনাডু কেডাৰৰ বিষয়া আছিল চেচান ৷ 1989 চনত দেশৰ 18সংখ্যক কেবিনেট সচিব নিযুক্ত হৈছিল চেচান ৷ তাৰ পূৰ্বেই বহুটো পদত সফলতাৰে কাৰ্যনিৰ্বাহ কৰা বিষয়াগৰাকীয়ে 1990 চনৰ 12 ডিচেম্বৰৰ পৰা 1996 চনৰ 11 ডিচেম্বৰলৈ ভাৰতৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্ত নিযুক্ত হৈছিল ৷ চৰকাৰী যন্ত্ৰলৈ আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে 1996 চনৰ ৰমন মেগছেছে বঁটা লাভ কৰিছিল টিৰুনেল্লাই নাৰায়ন আয়াৰ চেচানে ৷ অৱশেষত বাৰ্ধক্যজনিত কাৰণত 87 বছৰ বয়সত দেওবাৰে মৃত্যুক সাৱতি লয় দেশৰ 10সংখ্যক মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে ৷ 

Conclusion:
Last Updated : Nov 11, 2019, 7:57 AM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.