ETV Bharat / bharat

ভুৱা স্বাস্থ্য সামগ্ৰী আৰু ভেজাল ঔষধঃ এক প্ৰতিবেদন

author img

By

Published : Nov 14, 2019, 5:24 AM IST

মেডিকেল উপকৰণ স্বাস্থ্য সামগ্ৰী (সুৰক্ষা, কাৰ্যকাৰিতা আৰু উদ্ভাৱন) বিধেয়ক 2019ৰ উত্থাপন কৰাৰ পিচতে সমগ্ৰ ভাৰততে যথেষ্ট প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ কিন্তু 21 শতিকাত বিশ্বৰ ৰাজহুৱা স্বাস্থ্যখণ্ডলৈ লক্ষ্য কৰিলে আমাৰ আগলৈ আহে এখন ভয়ানক প্ৰতিচ্ছবি, যাৰ বাবে জনছন এণ্ড জনছনৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই প্ৰায় 1লাখ 40 হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব ৷ ভাৰত আৰু বিশ্বৰ ৰাজহুৱা স্বাস্থ্য খণ্ডক লৈ ETV Bharat অসমৰ এক প্ৰতিবেদন ৷

ভুৱা স্বাস্থ্য সামগ্ৰী আৰু ভেজাল ঔষধঃ এক প্ৰতিবেদন

বেমাৰীক চিকিৎসা উপাচাৰ আৰু ঔষধ সময়ত প্ৰদান কৰিব লাগে, ইয়াৰ বিপৰীত কেতিয়াও হ'ব নালাগে ৷ ভাৰতত চিকিৎসাৰ লগত জড়িত সামগ্ৰীৰ দ্বাৰা সংঘটিত হোৱা অঘটনৰ বলি হোৱাসকলে ইয়াৰ ক্ষতিপূৰণ লাভ নকৰে ৷ কিন্তু শেহতীয়াকৈ নিটি আয়োগৰ দ্বাৰা প্ৰস্তাৱিত খচৰা বিধেয়ক অনুসৰি, চিকিৎসাৰ সময়ত আঘাতপ্ৰাপ্ত অথবা পাৰ্শ্ব-প্ৰতিক্ৰিয়া(Side Effects)ৰ বলি হোৱা বেমাৰীয়ে 1 কোটিলৈ ক্ষতিপূৰণ দাবী কৰিব পাৰিব ৷ মেডিকেল উপকৰণক ঔষধ বুলি ধৰি ল'বলৈ স্বাস্থ্য মন্ত্ৰালয়লে আগবঢ়োৱা পৰামৰ্শক কাষৰীয়া কৰি নিটি আয়োগে এক নতুন নিয়ন্ত্ৰক ব্যৱস্থাৰ প্ৰস্তাৱ প্ৰদান কৰিছে ৷ ৰপ্তানি কৰা মেডিকেল উপকৰণকে ধৰি সকলো মেডিকেল উপকৰণ স্বাস্থ্য সামগ্ৰী (সুৰক্ষা, কাৰ্যকাৰিতা আৰু উদ্ভাৱন) বিধেয়ক 2019ৰ প্ৰস্তাৱ দিয়ে নিটি আয়োগে যিয়ে এক নতুন ব্যৱস্থা প্ৰৱৰ্তন কৰিব ৷ যাৰ ফলশ্ৰুতিত কেন্দ্ৰীয় ঔষধি মানক নিয়ন্ত্ৰণ সংগঠন (Central Drugs Standard Control Organization; CDSCO)ৰ ক্ষমতা হ্ৰাস হোৱাৰ পথত আগবাঢ়িছে ৷ ভাৰতীয় মেডিকেল উপকৰণ উদ্যোগক 50হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷ নতুনকৈ প্ৰস্তাৱিত ব্যৱস্থা অনুসৰি, পৰীক্ষণ সামগ্ৰী, পৰীক্ষাগাৰ আৰু কাৰ্যনীতি প্ৰৱৰ্তন খণ্ডই এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব যাৰ বজাৰ 2022 চনলৈ 68হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷ এতিয়ালৈকে মেডিকেল উপকৰণ আৰু ঔষধক নিয়ন্ত্ৰণ কৰাত কেন্দ্ৰীয় ঔষধি মানক নিয়ন্ত্ৰণ সংগঠন (CDSCO)এ দেখুওৱা অৱহেলাৰ বাবে বহুটো সমস্যাৰ সৃষ্টি হৈছে ৷ চীনৰ দৰে দেশৰ ভেজাল ঔষধী সামগ্ৰীৰ ওপৰত বিশেষ প্ৰতিবন্ধকতা লগোৱা হৈছে ৷ ভাৰতৰ দৰে দেশত এনেকুৱা ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ কংক্ৰীট নিৰ্দেশাৱলীৰ লগতে নিৰ্দেশাৱলীৰ কাৰ্যকৰীকৰণ কৰাটো অতিকে আৱশ্যক হৈ পৰিছে ৷

দুবছৰ পূৰ্বে ইন্টাৰপোল (INTERPOL) আৰু বিশ্ব শুল্ক সংস্থা (World Customs Organization)ৰ দ্বাৰা 123 খন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষক লৈ চলোৱা যুটীয়া অভিযানত শ-শ কোটি মূল্যৰ অবৈধ আৰু ভেজাল মেডিকেল সামগ্ৰী তথা ঔষধ জব্দ কৰা হৈছিল ৷ ইয়াৰ পিচতে প্ৰায় 3 হাজাৰ ৱেবচাইট বন্ধ কৰি দিয়া হৈছিল ৷ অভিযানত জব্দ হোৱা অসংখ্য নকল চিৰিঞ্জ, কন্টেক্ট লেনচ্, শ্ৰৱণ যন্ত্ৰ, অস্ত্ৰোপচাৰ সামগ্ৰীয়ে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ ভয়ানক অৱনতি উদঙাই দিছিল ৷ জনছন এণ্ড জনছনৰ দৰে সংস্থাৰ ওপৰত পৰা হাতোৰাই আমেৰিকাৰ দৰে দেশৰ লোকৰ স্বাস্থ্য সজাগতাৰ দিশটো পোহৰলৈ আনিছিল ৷ বিগত মাহত বহুজাতিক কোম্পানীটোৱে Risperdal নামৰ ঔষধি ড্ৰাগছৰ বাবে 56 কোটি টকাৰ আৰ্থিক দণ্ডৰ সন্মুখীন হৈছিল ৷ শেহতীয়াকৈ জনছন এণ্ড জনছনে শিশুৰ বাবে তৈয়াৰ কৰা পাউদাৰত টাইটানিয়ামৰ উপস্থিতি ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে কোম্পানীটোৰ বিৰুদ্ধে ৷ যাৰ বাবে 1 লাখৰো অধিক দাবীৰ বাবদ কোম্পানীটোৱে 1লাখ 40 হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব ৷ এটা নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা সুৰক্ষা উলংঘণকাৰী আৰু উপযুক্ত জৰিমনা আদায় কৰাৰ বাবে ভাৰতে স্বাস্থ্য তথা মেডিকেল উপকৰণৰ মানদণ্ড উন্নতি কৰিব পাৰিব ৷ নিটি আয়োগৰ দ্বাৰা প্ৰস্তাৱিত বিধেয়কখনত সুৰক্ষিত মেডিকেল উপকৰণে ৰাজহুৱা স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰাত বিশেষ ভূমিকা পালন কৰিব পাৰে ৷ প্ৰথম বিশ্বৰ দেশসমূহত থকা উন্নত কোম্পানীসমূহে প্ৰদান কৰা বৃহৎ হাৰৰ জৰিমনাৰ ঠাইত আমাৰ দেশত সেইসমূহ কোম্পানীয়ে নূন্যতম জৰিমনা প্ৰদান কৰিয়ে সাৰি আহিছে ৷

2010 চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বব্যাপী থকা প্ৰায় 8 শতাংশ মেডিকেল উপকৰণ তথা ঔষধেই ভেজাল তথা ভুৱা আৰু ই ভয়ানকভাৱে বৃদ্ধি পাই আছে ৷ ইয়াক প্ৰতিহত কৰিবৰ বাবে দ্ৰুত সংস্কাৰমুলক কাৰ্যপ্ৰনালীৰ প্ৰয়োজন আহি পৰিছে ৷ ভাৰতত দেশব্যাপী প্ৰস্তুত হোৱা ভুৱা তথা ভেজাল ঔষধ দেশৰ বাবে এক প্ৰত্যাহ্বান ৷ ভাৰতৰ Associated Chambers of Commerce and Industry (ASSOCHAM) সংস্থাৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ 25 শতাংশ ঔষধ তথা মেডিকেল ড্ৰাগছ ভেজাল আৰু ভুৱা ফাৰ্মাটিকেল ড্ৰাগছৰ বজাৰখনৰ মূল্য বৰ্তমান সময়ত প্ৰায় 30 হাজাৰ কোটি টকা ৷ ভুৱা তথা ভেজাল প্ৰতিষেধক, মেলেৰিয়া ড্ৰাগছ, পৰিয়াল পৰিকল্পনা ড্ৰাগছ আৰু আঘাত নিৰাময়কাৰী (Pain Killers) ঔষধেৰে ভাৰতৰ বজাৰ ভৰি আছে ৷ বিগত 15 বছৰে ভাৰতৰ বিশেষজ্ঞসকলে সস্তীয়া টেবলেট, কেপচুল, ইনজেক্সন আৰু ইনহেলাৰছসমূহ ভুৱা বুলি কৈ আহিছে ৷ ভাৰতত ঔষধৰ নিৰ্মাণৰ পৰা ইয়াৰ সেৱনলৈকে সঠিক মানদণ্ড নিৰ্ণয় কৰাত ৰাষ্ট্ৰীয় ঔষধ জৰীপৰ সময় লাগিছিল 2 বছৰ ৷ কিছুমান ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত দ্বিতীয় স্তৰৰ ঔষধ ৰোগীক আগবঢ়াই আহিছে ৷ ইয়ে ভাৰতৰ ৰাজহুৱা স্বাস্থ্যখণ্ডৰ পয়ালগা প্ৰতিচ্ছবি তুলি ধৰে ৷ সাধাৰণ জনতাৰ জীৱনৰ সৈতে খেলা কৰাটো এতিয়া আৰু সহ্য কৰা নহয় ৷ এতিয়াৰ পৰাই ঔষধৰ অনলাইন ক্ৰয় নিয়ন্ত্ৰণ কৰা আৰু চিকিৎসা সামগ্ৰীৰ গুণাগুণ পৰীক্ষণ কৰাক লৈ ঘোষণা কৰা হৈছে ৷ ৰাজহুৱা স্বাস্থ্যৰ অৱস্থা উন্নত মাণদণ্ডলৈ আহিব যেতিয়া মেডিকেল উপকৰণ আৰু ড্ৰাগছসমূহ এক নিৰ্দিষ্ট কাৰ্যকৰী নিয়ন্ত্ৰক ব্যৱস্থাৰ নিৰীক্ষণলৈ আহিব

Intro:Body:

ভুৱা স্বাস্থ্য সামগ্ৰী আৰু ভেজাল ঔষধঃ এক প্ৰতিবেদন 

মেডিকেল উপকৰণ স্বাস্থ্য সামগ্ৰী (সুৰক্ষা, কাৰ্যকাৰিতা আৰু উদ্ভাৱন) বিধেয়ক 2019ৰ উত্থাপন কৰাৰ পিচতে সমগ্ৰ ভাৰততে যথেষ্ট প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ কিন্তু 21 শতিকাত বিশ্বৰ ৰাজহুৱা স্বাস্থ্যখণ্ডলৈ লক্ষ্য কৰিলে আমাৰ আগলৈ আহে এখন ভয়ানক প্ৰতিচ্ছবি, যাৰ বাবে জনছন এণ্ড জনছনৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাই প্ৰায় 1লাখ 40 হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব ৷ ভাৰত আৰু বিশ্বৰ ৰাজহুৱা স্বাস্থ্য খণ্ডক লৈ ETV Bharat অসমৰ এক প্ৰতিবেদন ৷ 

বেমাৰীক চিকিৎসা উপাচাৰ আৰু ঔষধ সময়ত প্ৰদান কৰিব লাগে, ইয়াৰ বিপৰীত কেতিয়াও হ'ব নালাগে ৷  ভাৰতত চিকিৎসাৰ লগত জড়িত সামগ্ৰীৰ দ্বাৰা সংঘটিত হোৱা অঘটনৰ বলি হোৱাসকলে ইয়াৰ ক্ষতিপূৰণ লাভ নকৰে ৷ কিন্তু শেহতীয়াকৈ নিটি আয়োগৰ দ্বাৰা প্ৰস্তাৱিত খচৰা বিধেয়ক অনুসৰি, চিকিৎসাৰ সময়ত আঘাতপ্ৰাপ্ত অথবা পাৰ্শ্ব-প্ৰতিক্ৰিয়া(Side Effects)ৰ বলি হোৱা বেমাৰীয়ে 1 কোটিলৈ ক্ষতিপূৰণ দাবী কৰিব পাৰিব ৷ মেডিকেল উপকৰণক ঔষধ বুলি ধৰি ল'বলৈ স্বাস্থ্য মন্ত্ৰালয়লে আগবঢ়োৱা পৰামৰ্শক কাষৰীয়া কৰি নিটি আয়োগে এক নতুন নিয়ন্ত্ৰক ব্যৱস্থাৰ প্ৰস্তাৱ প্ৰদান কৰিছে ৷ ৰপ্তানি কৰা মেডিকেল উপকৰণকে ধৰি সকলো মেডিকেল উপকৰণ স্বাস্থ্য সামগ্ৰী (সুৰক্ষা, কাৰ্যকাৰিতা আৰু উদ্ভাৱন) বিধেয়ক 2019ৰ প্ৰস্তাৱ দিয়ে নিটি আয়োগে যিয়ে এক নতুন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিব ৷ যাৰ ফলশ্ৰুতিত কেন্দ্ৰীয় ঔষধি মানক নিয়ন্ত্ৰণ সংগঠন (Central Drugs Standard Control Organization; CDSCO)ৰ ক্ষমতা সংকুচিট হোৱাৰ পথত আগবাঢ়িছে ৷ ভাৰতীয় মেডিকেল উপকৰণ উদ্যোগক 50হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷ নতুনকৈ প্ৰস্তাৱিত ব্যৱস্থা অনুসৰি, পৰীক্ষণ সামগ্ৰী, পৰীক্ষাগাৰ আৰু কাৰ্যনীতি প্ৰৱৰ্তন খণ্ডই এইক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব যাৰ বজাৰ 2022 চনলৈ 68হাজাৰ কোটি টকালৈ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে ৷ এতিয়ালৈকে মেডিকেল উপকৰণ আৰু ঔষধক নিয়ন্ত্ৰণ কৰাত কেন্দ্ৰীয় ঔষধি মানক নিয়ন্ত্ৰণ সংগঠন (CDSCO)এ দেখুওৱা অৱহেলাৰ বাবে বহুটো সমস্যাৰ সৃষ্টি হৈছে ৷ চীনৰ দৰে দেশৰ ভেজাল ঔষধী সামগ্ৰীৰ ওপৰত বিশেষ প্ৰতিবন্ধকতা লগোৱা হৈছে ৷ ভাৰতৰ দৰে দেশত এনেকুৱা ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ কংক্ৰীট নিৰ্দেশাৱলীৰ লগতে নিৰ্দেশাৱলীৰ কাৰ্যকৰীকৰণ কৰাটো অতিকে আৱশ্যক হৈ পৰিছে ৷ 

দুবছৰ পূৰ্বে ইন্টাৰপোল (INTERPOL) আৰু বিশ্ব শুল্ক সংস্থা (World Customs Organization)ৰ দ্বাৰা 123 খন দেশৰ সংশ্লিষ্ট কৰ্তৃপক্ষক লৈ চলোৱা যুটীয়া অভিযানত শ-শ কোটি মূল্যৰ অবৈধ আৰু ভেজাল মেডিকেল সামগ্ৰী তথা ঔষধ জব্দ কৰা হৈছিল ৷ ইয়াৰ পিচতে প্ৰায় 3 হাজাৰ ৱেবচাইট বন্ধ কৰি দিয়া হৈছিল ৷ অভিযানত জব্দ হোৱা অসংখ্য নকল চিৰিঞ্জ, কন্টেক্ট লেনচ্, শ্ৰৱণ যন্ত্ৰ, অস্ত্ৰোপচাৰ সামগ্ৰীয়ে ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ ভয়ানক অৱনতি উদঙাই দিছিল ৷ জনছন এণ্ড জনছনৰ দৰে সংস্থাৰ ওপৰত পৰা হাতোৰাই আমেৰিকাৰ দৰে দেশৰ লোকৰ স্বাস্থ্য সজাগতাৰ দিশটো পোহৰলৈ আনিছিল ৷ বিগত মাহত বহুজাতিক কোম্পানীটোৱে Risperdal নামৰ ঔষধি ড্ৰাগছৰ বাবে 56 কোটি টকাৰ আৰ্থিক দণ্ডৰ সন্মুখীন হৈছিল ৷ শেহতীয়াকৈ জনছন এণ্ড জনছনে শিশুৰ বাবে তৈয়াৰ কৰা পাউদাৰত টাইটানিয়ামৰ উপস্থিতি ধৰা পৰাৰ অভিযোগ উত্থাপন হৈছে কোম্পানীটোৰ বিৰুদ্ধে ৷ যাৰ বাবে 1 লাখৰো অধিক দাবীৰ বাবদ কোম্পানীটোৱে 1লাখ 40 হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ ভৰিব লাগিব ৷ এটা নিয়ন্ত্ৰক সংস্থাৰ দ্বাৰা সুৰক্ষা উলংঘণকাৰী আৰু উপযুক্ত জৰিমনা আদায় কৰাৰ বাবে ভাৰতে স্বাস্থ্য তথা মেডিকেল উপকৰণৰ মানদণ্ড উন্নতি কৰিব পাৰিব ৷ নিটি আয়োগৰ দ্বাৰা প্ৰস্তাৱিত বিধেয়কখনত সুৰক্ষিত মেডিকেল উপকৰণে ৰাজহুৱা স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰাত বিশেষ ভূমিকা পালন কৰিব পাৰে ৷ প্ৰথম বিশ্বৰ দেশসমূহত থকা উন্নত কোম্পানীসমূহে প্ৰদান কৰা বৃহৎ হাৰৰ জৰিমনাৰ ঠাইত আমাৰ দেশত সেইসমূহ কোম্পানীয়ে নূন্যতম জৰিমনা প্ৰদান কৰিয়ে সাৰি আহিছে ৷

2010 চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, বিশ্বব্যাপী থকা প্ৰায় 8 শতাংশ মেডিকেল উপকৰণ তথা ঔষধেই ভেজাল তথা ভুৱা আৰু ই ভয়ানকভাৱে বৃদ্ধি পাই আছে ৷ ইয়াক প্ৰতিহত কৰিবৰ বাবে দ্ৰুত সংস্কাৰমুলক কাৰ্যপ্ৰনালীৰ প্ৰয়োজন আহি পৰিছে ৷ ভাৰতত দেশব্যাপী প্ৰস্তুত হোৱা ভুৱা তথা ভেজাল ঔষধ দেশৰ বাবে এক প্ৰত্যাহ্বান ৷ ভাৰতৰ Associated Chambers of Commerce and Industry (ASSOCHAM) সংস্থাৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ 25 শতাংশ ঔষধ তথা মেডিকেল ড্ৰাগছ ভেজাল আৰু ভুৱা ফাৰ্মাটিকেল ড্ৰাগছৰ বজাৰখনৰ মূল্য বৰ্তমান সময়ত প্ৰায় 30 হাজাৰ কোটি টকা ৷ ভুৱা তথা ভেজাল প্ৰতিষেধক, মেলেৰিয়া ড্ৰাগছ, পৰিয়াল পৰিকল্পনা ড্ৰাগছ আৰু আঘাত নিৰাময়কাৰী (Pain Killers) ঔষধেৰে ভাৰতৰ বজাৰ ভৰি আছে ৷ বিগত 15 বছৰে ভাৰতৰ বিশেষজ্ঞসকলে সস্তীয়া টেবলেট, কেপচুল, ইনজেক্সন আৰু ইনহেলাৰছসমূহ ভুৱা বুলি কৈ আহিছে ৷ ভাৰতত ঔষধৰ নিৰ্মাণৰ পৰা ইয়াৰ সেৱনলৈকে সঠিক মানদণ্ড নিৰ্ণয় কৰাত ৰাষ্ট্ৰীয় ঔষধ জৰীপৰ সময় লাগিছিল 2 বছৰ ৷ কিছুমান ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত দ্বিতীয় স্তৰৰ ঔষধ ৰোগীক আগবঢ়াই আহিছে ৷ ইয়ে ভাৰতৰ ৰাজহুৱা স্বাস্থ্যখণ্ডৰ পয়ালগা প্ৰতিচ্ছবি তুলি ধৰে ৷ সাধাৰণ জনতাৰ জীৱনৰ সৈতে খেলা কৰাটো এতিয়া আৰু সহ্য কৰা নহয় ৷ এতিয়াৰ পৰাই ঔষধৰ অনলাইন ক্ৰয় নিয়ন্ত্ৰণ কৰা আৰু চিকিৎসা সামগ্ৰীৰ গুণাগুণ পৰীক্ষণ কৰাক লৈ ঘোষণা কৰা হৈছে ৷ ৰাজহুৱা স্বাস্থ্যৰ অৱস্থা উন্নত মাণদণ্ডলৈ আহিব যেতিয়া মেডিকেল উপকৰণ আৰু ড্ৰাগছসমূহ কাৰ্যকৰী নিয়ন্ত্ৰক ব্যৱস্থাৰ নিৰীক্ষণলৈ আহিব ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.