নেশ্যনেল ডেক্স,8 ফেব্ৰুৱাৰীঃ মুম্বাইৰ কালাচৌকী অবুদয় নগৰৰ মিলন ইণ্ডাষ্ট্ৰিয়েল এষ্টেটৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড ৷ 7 মহলীয়া অট্টালিকাটোৰ পঞ্চম মহলাত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হয় ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পাঁচটা ফায়াৰ ইঞ্জিন আৰু 4 টা পানীৰ টেংকিৰে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰে ৷ মুম্বাই ফায়াৰ ডিপাৰ্টমেন্টে জনোৱা অনুসৰি সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে ৷
লগতে পঢ়ক-শীঘ্ৰেই আলফা (স্বা) ৰ সৈতে আলোচনাৰ সম্ভাৱনা চৰকাৰৰঃ হিমন্ত বিশ্ব শৰ্মা