ETV Bharat / bharat

নতুন দিল্লীৰ চি জি অ' কমপ্লেক্সত অগ্নিকাণ্ড - নতুন দিল্লী

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে।

DELHI FIRE
author img

By

Published : Mar 6, 2019, 11:56 AM IST

নতুন দিল্লী, 6 মাৰ্চ : নতুন দিল্লীৰ পণ্ডিত দীনদয়াল অণ্টোদয়া ভৱনত বুধবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড।

DELHI FIRE

নতুন দিল্লীৰ চি জি অ' ভৱনৰ পঞ্চম মহলাত বুধবাৰে পুৱা সংঘটিত হয় এই অগ্নিকাণ্ড। ২৪খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে । বৰ্তমানলৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে ।

উল্লেখযোগ্য যে , ৰাজধানী চহৰৰ ১১ মহলীয়া অট্টালিকাটোত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয় অৱস্থিত ।

Fire breaks out at building in CGO complex

নতুন দিল্লীৰ চি জি অ' কমপ্লেক্সত অগ্নিকাণ্ড 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.