ETV Bharat / bharat

মৃত গৰুৰ সৎকাৰৰ বাবে সমদলত যোৱা 150 জনৰ বিৰুদ্ধে দাখিল এজাহাৰ - মৃত গৰুৰ সৎকাৰৰ বাবে উত্তৰ প্ৰদেশৰ সমদল

উত্তৰ প্ৰদেশত নতুনকৈ ধৰা পৰিছে 232 জন লোকৰ দেহত COVID-19 । শুকুৰবাৰলৈ এই ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 5,735 গৰাকী । তাৰ পাচতো প্ৰটকল উলংঘা কৰি এই সমদলত অংশ লৈছিল প্ৰায় সহস্ৰাধিক অধিক লোকে ।

মৃত গৰুৰ সৎকাৰৰ বাবে সমদলত যোৱা 150 জনৰ বিৰুদ্ধে দাখিল এজাহাৰ

author img

By

Published : May 23, 2020, 3:56 PM IST

নিউজ ডেস্ক, 23 মে': কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে দুমাহ ধৰি দেশ ব্যাপি চলি আছে লক ডাউন । শিথিলতা থাকিলেও এতিয়াও নিষিদ্ধ হৈ আছে অধিক লোকৰ সমাগম । তেনে সময়েত মৃত গৰুৰ সৎকাৰৰ বাবে উত্তৰ প্ৰদেশৰ আলিগড়ত এক সমদল বাহিৰ কৰোৱা হৈছিল । এই সমদলত অংশ লৈছিল প্ৰায় সহস্ৰাধিক লোকে ।

লক ডাউন আৰু সামাজিক দূৰত্বৰ নিয়ম উলংঘা কৰি এই সমদলত অংশ লোৱা 150 শতাধিক লোকৰ বিৰুদ্ধ আৰক্ষী থানাত গোছৰ তৰা হৈছে । প্ৰশাসনে নিজাববীয়াকৈ তৰিছে এই গোচৰ ।

উল্লেখ্য যে, উত্তৰ প্ৰদেশত নতুনকৈ ধৰা পৰিছে 232 জন লোকৰ দেহত COVID-19 । শুকুৰবাৰলৈ এই ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 5,735 গৰাকী ।

তাৰে ভিতৰত আৰোগ্য হৈ উঠিছে 3,324 গৰাকী ৰোগী আৰু মৃত্যু হৈছে 152 গৰাকীৰ । আনহাতে সক্ৰিয় কেচ আছে 2,259 টা । ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে এই তথ্য ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.