ETV Bharat / bharat

২০২১ৰ জুনলৈ স্থগিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ভাট্টাসহ অন্যান্য সা-সুবিধা - চৰকাৰী ভাট্টা

মহামাৰী COVID-19 প্ৰতিৰোধ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ২০২১ জুন মাহলৈ স্থগিত কৰিব ভাট্টাসহ আন্যান্য সা-সুবিধা । মহামাৰী COVID-19 বাবে দেশত চলা লক ডাউনৰ পৰিপ্ৰেক্ষিত আৰ্থিক সংকটে দেখা দিয়াৰ ফলতে COVID-19 প্ৰতিৰোধ কৰিবলৈ এই পদক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰে বিত্ত মন্ত্ৰণালয়ে ।

COVID-19
২০২১ ৰ জুনলৈ স্থগিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ভাট্টাসহ অন্যান্য সা-সুবিধা
author img

By

Published : Apr 24, 2020, 10:36 AM IST

নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ COVID-19ৰ বাবেই কেন্দ্ৰীয় চৰকাৰৰ ৫০ লাখ কৰ্মচাৰী আৰু ৬১ লাখ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীৰ ভাট্টাসহ অন্যান্য সা-সুবিধা ২০২১ চনৰ জুন মাহলৈ স্থগিত কৰি ৰাখিব বুলি বৃহস্পতিবাৰে সদৰী কৰে বিত্ত মন্ত্ৰণালয়ে ।

COVID-19
২০২১ ৰ জুনলৈ স্থগিত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ভাট্টাসহ অন্যান্য সা-সুবিধা

COVID-19 ৰ প্ৰতিৰোধৰ লক্ষ্য ৰাখিয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ভাট্টাসহ সা-সুবিধা ২০২১ চনৰ ১ জানুৱাৰীলৈ স্থগিত কৰা হ'ব বুলি জানিবলৈ দিয়ে । খবৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ ভাট্টা নিদিয়াৰ বাবেই ২০২১-২২ চনত ৩৭,৫৩০ কোটি টকাৰ ৰেহাই হ'ব কেন্দ্ৰীয় চৰকাৰৰ ।

আনহাতে,যদিহে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ অৱসৰপ্ৰাপ্ত ব্যক্তিসকলৰ ভাট্টা স্থগিত কৰা হয় হয় তেন্তে ৮২,৫৬৬ কোটি টকাৰ ৰেহাই পাব ৰাজ্য চৰকাৰে । ইয়াৰ দ্বাৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মিলি প্ৰায় ১,২০ লাখ কোটি টকা ৰেহাই পাব । যাৰ পৰিপ্ৰেক্ষিতত এই টকাৰ দ্বাৰা দেশজুৰি COVID-19 প্ৰতিৰোধ কৰিবলৈ সহায় হ'ব ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.