নিউজ ডেস্ক, 19 জুন: আজি স্বগৃহলৈ আহি পাব পোলৱামাত সন্ত্ৰসবাদী আক্ৰমণত আহত হৈ মৃত্যু হোৱা 44 ৰাষ্ট্ৰীয় ৰাইফলচৰ নায়ক অজিত কুমাৰ চাহুৰ ৷ এই কথা গম পাই কান্দোনৰ ৰোল উঠিছে তেওঁ ধেনকানালত থকা বাসগৃহত ৷ সোমবাৰে সন্ত্ৰসবাদীয়ে 44 ৰাষ্ট্ৰীয় ৰাইফলচৰ এখন তহলদাৰী বাহনৰ ওপৰত IED আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণত আহত হৈছিল চাহু আৰু তিনি দিন মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে চাহুৱে ৷
শোকস্তব্ধ ওড়িশাৰ ধেনকানাল!!
পোলৱামাত সন্ত্ৰাসবাদী আক্ৰমণত আহত হৈ মৃত্যু 44 ৰাষ্ট্ৰীয় ৰাইফলচৰ নায়ক অজিত কুমাৰ চাহুৰ ৷ এই কথা গম পাই কান্দোনৰ ৰোল উঠিছে তেওঁ ধেনকানালত থকা বাসগৃহত ৷
শোকস্তব্ধ ওড়িচাৰ ধেনকানাল!!
নিউজ ডেস্ক, 19 জুন: আজি স্বগৃহলৈ আহি পাব পোলৱামাত সন্ত্ৰসবাদী আক্ৰমণত আহত হৈ মৃত্যু হোৱা 44 ৰাষ্ট্ৰীয় ৰাইফলচৰ নায়ক অজিত কুমাৰ চাহুৰ ৷ এই কথা গম পাই কান্দোনৰ ৰোল উঠিছে তেওঁ ধেনকানালত থকা বাসগৃহত ৷ সোমবাৰে সন্ত্ৰসবাদীয়ে 44 ৰাষ্ট্ৰীয় ৰাইফলচৰ এখন তহলদাৰী বাহনৰ ওপৰত IED আক্ৰমণ কৰিছিল ৷ এই আক্ৰমণত আহত হৈছিল চাহু আৰু তিনি দিন মৃত্যুৰ সৈতে যুঁজ দি অৱশেষত বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰে চাহুৱে ৷
Dhenkanal (Odisha), June 19 (ANI): Family of Naik Ajit Kumar Sahoo mourned his demise in Odisha's Dhenkanal. Army jawan, Ajit Kumar Sahoo was injured in an IED blast in Pulwama on Monday and succumbed to his injuries yesterday. Terrorists had attacked a mobile vehicle patrol of 44 Rashtriya Rifles (RR) with an improvised explosive device (IED) blast in the Arihal area of Pulwama district on Monday.