নিউজ ডেস্ক, 22 মাৰ্চ : সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য সূত্ৰযোগে লাভ কৰাৰ পাচতেই চপিয়ানৰ ইমাম চাহিবত নিৰাপত্তাবাহিনীয়ে সংঘটিত কৰে গুলীবৰ্ষণ ৷ দুয়ো পক্ষৰ মাজত এতিয়াও অব্যাহত আছে তীব্ৰ গুলীয়াগুলী ৷
কেনেদৰে জম্মু-কাশ্মীৰত চলিছে গুলীয়াগুলী? ই টি ভি ভাৰতৰ Exclusive ভিডিঅ' - জম্মু কাশ্মীৰ এনকাউণ্টাৰ
জম্মু-কাশ্মীৰৰ চপিয়ানত অব্যাহত ভাৰতীয় সেনা বাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷ ই টি ভি ভাৰতৰ হাতত ঘটনাস্থলীৰ ভিডিঅ' ৷

etv bharat
নিউজ ডেস্ক, 22 মাৰ্চ : সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য সূত্ৰযোগে লাভ কৰাৰ পাচতেই চপিয়ানৰ ইমাম চাহিবত নিৰাপত্তাবাহিনীয়ে সংঘটিত কৰে গুলীবৰ্ষণ ৷ দুয়ো পক্ষৰ মাজত এতিয়াও অব্যাহত আছে তীব্ৰ গুলীয়াগুলী ৷
jammu kashmir encounter
jammu kashmir encounter
exclusive video on J&K encounter
জম্মু-কাশ্মীৰ সংঘৰ্ষৰ ইটিভি ভাৰতৰ এক্সক্লুচিভ ভিডিঅ'
জম্মু-কাশ্মীৰৰ চপিয়ানত অব্যাহত ভাৰতীয় নিৰাপত্তাবাহিনী আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷
সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য সূত্ৰযোগে লাভ কৰাৰ পাচতেই চপিয়ানৰ ইমাম চাহিবত নিৰাপত্তাবাহিনীয়ে সংঘটিত কৰে গুলীবৰ্ষণ ৷