ETV Bharat / bharat

সুদীৰ্ঘ বছৰৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়ঃ উমা ভাৰতী

author img

By

Published : Jul 24, 2020, 9:14 PM IST

অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন 5 আগষ্ট তাৰিখে কৰা হ'ব ৷ যাৰ বাবে বৰ্তমান অযোধ্যাত বিশেষভাৱে প্ৰস্তুতি কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 5 আগষ্টত নিজেই ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব ৷ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলনত অংশগ্ৰহণ কৰা আন্দোলনকাৰী সকলৰ ভিতৰত মধ্য প্ৰদেশৰ পূৰ্ব মুখ্যমন্ত্ৰী উমা ভাৰতী এই সম্পৰ্কত মন্তব্য প্ৰদান কৰি কয় যে,ভগৱান ৰামৰ লগত জড়িত সকলো বিষয়ে পবিত্ৰ ৷ গতিকে,আমাৰ বাবে সৌভাৰ্গৰ বিষয় যে সুদীৰ্ঘ আন্দোলনৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো ৷

Exclusive: BJP doesn't have patent on Ram Mandir, says Uma Bharti
সুদীৰ্ঘ বছৰৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয়ঃ উমা ভাৰতী

নিউড ডেস্ক,24 জুলাই: ৰাম মন্দিৰ নিৰ্মাণত মুখ্য ভূমিকা গ্ৰহণ কৰা আন্দোলনকাৰী সকলৰ ভিতৰত অন্যতম আছিল মধ্য প্ৰদেশৰ পূৰ্ব মুখ্যমন্ত্ৰী উমা ভাৰতী ৷ এই সম্পৰ্কত তেখেতে মন্তব্য প্ৰদান কৰি কয় যে,আদৱানী আৰু মনোহৰ মুৰুলী 5 আগষ্টত অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰাটো সকলোৱে অধীৰ আগ্ৰহৰে অপেক্ষা কৰি আছে ৷

উল্লেখ্য যে,অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন 5 আগষ্ট তাৰিখে কৰা হ'ব ৷ যাৰ বাবে বৰ্তমান অযোধ্যাত বিশেষভাৱে প্ৰস্তুতি কৰা হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 5 আগষ্টত নিজেই ৰাম মন্দিৰৰ ভূমি পূজনত অংশগ্ৰহণ কৰিব ৷

আনহাতে,ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আন্দোলনত অংশগ্ৰহণ কৰা আন্দোলনকাৰী সকলৰ ভিতৰত মধ্য প্ৰদেশৰ পূৰ্ব মুখ্যমন্ত্ৰী উমা ভাৰতী এই সম্পৰ্কত মন্তব্য প্ৰদান কৰি কয় যে,ভগৱান ৰামৰ লগত জড়িত সকলো বিষয়ে পবিত্ৰ ৷ গতিকে,আমাৰ বাবে সৌভাৰ্গৰ বিষয় যে সুদীৰ্ঘ আন্দোলনৰ অন্তত ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো ৷

লগতে,নেত্ৰী গৰাকীয়ে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা সন্দৰ্ভতো মন্তব্য প্ৰদান কৰি কয় যে,মই সেই অনুষ্ঠানত অংশগ্ৰহণ কৰা নকৰাটো ডাঙৰ বিষয় নহয় কিন্তু ৰাম মন্দিৰ নিৰ্মাণ হোৱাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ বিষয় ৷

বিগত সময়ত উমা ভাৰতী এগৰাকী অন্যতম নেত্ৰী যিগৰাকী নেত্ৰীয়ে বাবৰি মছজিদ ধংস কৰাৰ ক্ষেত্ৰত সাৰ্বজনীন ভাৱে নিজৰ স্থিতি স্পষ্ট কৰিছিল ৷ যাৰ বাবে নেত্ৰী গৰাকীৰ বিৰুদ্ধে বহু কেইটা গোচৰও ৰুজু কৰা হৈছিল ৷

ইটিভি ভাৰতৰ সৈতে এই সম্পৰ্কত বাৰ্তালাপ কৰি নেত্ৰী গৰাকীয়ে জনাই যে,সুদীৰ্ঘ 500 বছৰৰ পিচত ৰাম মন্দিৰ নিৰ্মাণ কৰাটো ভাৰতীয় লোকৰ বাবে গৌৰৱৰ বিষয় ৷ লগতে,তেওঁ কয় যে,এই আন্দোলন কেৱল বিজেপিৰ বাবে নাছিল সমগ্ৰ ভাৰতবাসীৰ বাবে আমাৰ এই আন্দোলন আছিল ৷ ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনত মই জীৱন দিবলৈও সাজু আছিলো ৷ বহুতবাৰ মোৰ জীৱনলৈ বিপদ নামি আহিছিল ৷ মই ৰাম মন্দিৰ নিৰ্মাণৰ পূৰ্বে ৰাজনীতিত যোগদান কৰিছিলো গতিকে মোৰ হেৰুওবলগা বিশেষ একো নাছিলে ৷

লগতে পঢ়ক : কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ ল'লে প্ৰিন্স উইলিয়ামছ আৰু পত্নীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.