ETV Bharat / bharat

চাৰি ৰাজ্যৰ বিধানসভা কাৰ দখলত?

অন্ধ্ৰপ্ৰদেশ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু ওড়িশাত অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷

author img

By

Published : May 23, 2019, 12:15 PM IST

Updated : May 24, 2019, 1:01 AM IST

চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ খতিয়ান

নিউজ ডেস্ক, 23 মে' : বিধানসভা নিৰ্বাচনত অৰুণাচল প্ৰদেশত 25খনকৈ আসন দখল বিজেপিৰ৷ ইয়াৰ উপৰি পাঁচখন আসনত অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ নিৰ্দলীয় পাৰ্টীয়ে দুখন আসন দখল কৰিছে ৷ আনহাতে কংগ্ৰেছে তিনিখন আসনত জয়লাভ কৰিছে ৷ জনতা দলে ছখন আসনত জয়লাভ কৰাৰ লগতে পিপুলছ পাৰ্টী অৱ অৰুণাচল দলৰ লগতে এনপিপিয়ে এখনকৈ আসন লাভ কৰিছে ৷

ছিকিমত চৈধ্যখন আসনত বিজয় সাব্যস্ত কৰে চিকিম ক্ৰান্তিকাৰী মৰ্চাই৷ তিনিখন আসনত বৰ্তমানেও অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ আনহাতে বাৰখন আসনত জয়লাভ কৰিছে ছিকিম ডেম'ক্ৰেটিক ফ্ৰন্টে ৷

অন্ধ্ৰপ্ৰদেশত 145খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে YSRCP দলে৷ বৰ্তমানেও পাঁচখন আসনত অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ আনহাতে টিডিপিয়ে 19খন আসনত জয়লাভ কৰাৰ লগতে পাঁচখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

ওড়িশাত 54খন আসনত বিজয় সাব্যস্ত কৰিছে বিজু জনতা দলে৷ আনহাতে 57খন আসনত বৰ্তমানেও অগ্ৰগতি লাভ কৰি আছে দলটোৱে৷ বিজেপিয়ে আঠখন আসনত জয়লাভ কৰাৰ লগতে 16 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ আনহাতে কংগ্ৰেছে দুখন আসনত জয়লাভ কৰাৰ লগতে সাতখন আসনত অগ্ৰগতি লাভ কৰি আছে ৷

election counting status in four states

চাৰি ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ খতিয়ান

অন্ধ্ৰপ্ৰদেশ, চিকিম, অৰুণাচল প্ৰদেশ আৰু ওড়িশাত অনুষ্ঠিত  হৈছে বিধানসভা নিৰ্বাচনৰ ভোটগণনা৷

বিধানসভা নিৰ্বাচনত অৰুণাচল প্ৰদেশত বিজেপিৰ অগ্ৰগতি৷ মুঠ 60 খন আসনৰ ভিতৰত অৰুণাচল প্ৰদেশত বৰ্তমানলৈ 10 খন আসনত অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে৷

চিকিমত 32 খন আসনৰ ভিতৰত 5 খনত অগ্ৰগতি লাভ কৰিছে চিকিম ক্ৰান্তিকাৰি মৰ্চাই৷

অন্ধ্ৰপ্ৰদেশৰ 175 খন আসনৰ ভিতৰত  142 খনতেই অগ্ৰগতি লাভ কৰিছে YSRCP দলে৷

ওড়িশাত 146 খন আসনৰ ভিতৰত 77 খন আসনত অগ্ৰগতি লাভ কৰিছে বিজু জনতা দলে৷ 
320-214-3357178-64-3357178-1558576647886.jpg
Last Updated : May 24, 2019, 1:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.