ETV Bharat / bharat

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শ্ৰীনগৰত শতাধিক লোকৰ ঈদৰ নামাজ

শ্ৰীনগৰত শতাধিক লোকে মহল্লা মজিদসমূহত সমবেত হৈ নামাজ আদা কৰে ৷

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শ্ৰীনগৰত শতাধিক লোকৰ ঈদৰ নামাজ
author img

By

Published : Aug 12, 2019, 12:08 PM IST

নিউজ ডেস্ক, 12 আগষ্টঃ সান্ধ্য আইনক নেওচি কাশ্মীৰত শতাধিক লোকৰ ঈদৰ নামাজ ৷ শতাধিক লোকে ভিৰ কৰে মছজিদসমূহত ৷ শ্ৰীনগৰত শতাধিক লোকে মহল্লা মছজিদসমূহত সমবেত হৈ নামাজ আদা কৰে ৷

দেওবাৰে শ্ৰীনগৰৰ জিলা দণ্ডাধীশ শ্বাহীদ চৌধাৰীয়ে ইমাম সকলক লগ ধৰি নামাজৰ ব্যৱস্থা সমূহ চোৱা চিতা কৰে ৷ তেওঁ লগতে জনায় যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ঈদ উদযাপনত ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি নজৰ ৰাখিব প্ৰশাসনে ৷
এই ঈদত নিজৰ প্ৰিয় ছাগলী বা ভেৰা কুৰবানী দি আল্লাহৰ প্ৰতি থকা নিজৰ প্ৰেম দৰ্শোৱা হয় ৷ কুৰবানীৰ পিছত এই কুৰবানী দিয়া ছাগলী বা ভেৰা পৰিয়ালৰ লোক, ওচৰ চুবুৰীয়া, বন্ধু আৰু দুখীয়া লোক সকলৰ মাজত ভগাই দিয়া হয় ৷

EID-UL-ADHA: HUNDREDS THRONG MOHALLA MOSQUE IN SRINAGAR AMIDST SECURITY CLAMPDOWN

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত শ্ৰীনগৰত শতাধিক লোকৰ ঈদৰ নামাজ

নিউজ ডেস্ক, 12 আগষ্টঃ সান্ধ্য আইনক নেওচি কাশ্মীৰত শতাধীক লোকৰ ঈদৰ নামাজ ৷ শতাধিক লোকে ভীৰ কৰে মজিদসমূহ ৷ শ্ৰীনগৰত শতাধিক লোক মহল্লা মজিদসমূহত সমবেত হৈ নামাজ আদা কৰে ৷
দেওবাৰে শ্ৰীনগৰৰ জিলা দণ্ডাধীশ শ্বাহীদ চৌধৰীয়ে ইমাম সকলক লগ ধৰি নামাজৰ ব্যৱস্থা সমূহ চোৱা চিতা কৰে ৷ তেঁও লগতে জনাই যে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ ৰাখি ঈদ উদযাপনত ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি সক্ষ ৰাখিব প্ৰশাসনে ৷
এই ঈদত নিজৰ প্ৰিয় ছাগলী বা ভেৰা কুৰবানি দি আল্লাহৰ প্ৰতি থকা নিজৰ প্ৰেম দৰ্শোৱা হয় ৷ কুৰানীৰ পিছত এই কুৰবানী  দিয়া ছাগলী বা ভেৰা পৰিয়ালৰ লোক, ওচৰ চুবুৰীয়া, বন্ধু আৰু দুখীয়া লোক সকলৰ মাজত ভগাই দিয়া হয় ৷
EBvhSIsWsAAxEoO_1.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.