ETV Bharat / bharat

EIA 2020 ৰ উদ্দেশ্য দেশত লুণ্ঠন চলোৱাঃ ৰাহুল গান্ধী

দেওবাৰেও ৰাহুল গান্ধীয়ে ৰাইজক এই EIA-2020 ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়, কিয়নো এই খচৰা 'ভয়ংকৰ' আৰু যদিহে অধিসূচনালৈ ৰূপান্তৰ হয় তেন্তে অদূৰ ভৱিষ্যতে ইয়াৰ পৰিণাম ভয়ংকৰ হ‘ব ৷

EIA 2020 draft's objective is 'loot of the nation', must be withdrawn: Rahul Gandhi
EIA 2020 ৰ উদ্দেশ্য দেশত লুণ্ঠন চলোৱাঃ ৰাহুল গান্ধী
author img

By

Published : Aug 10, 2020, 3:58 PM IST

নিউজ ডেস্ক, 10 আগষ্ট : কংগ্ৰেছৰ পূৰ্বৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে EIA-2020 খচৰাক লৈ সোমবাৰে মোদী চৰৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু এই খচৰা বাতিল কৰিবলৈ দাবী জনায় ৷ তেখেতে টুইটযোগে অভিযোগ উত্থাপন কৰি EIA-2020 খচৰাখনৰ উদ্দেশ্যই দেশক লুটপাট কৰা বুলি মন্তব্য কৰে ৷

কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰি কয় যে, "এয়া বিজেপি চৰকাৰে দেশৰ সম্পদ সমূহক লুন্ঠন চলোৱা বন্ধু সকলৰ কাৰণে কি কি কৰি আহিছে তাৰ আন এক ভয়ংকৰ উদাহৰণ " ৷

লগতে ৰাহুল গান্ধীয়ে কয় যে, " দেশত লুণ্ঠন আৰু পৰিৱেশ ধ্বংশক ৰোধ কৰাৰ বাবে EIA-2020 খচৰাখন বাতিল কৰিব লাগে " ৷

দেওবাৰেও ৰাহুল গান্ধীয়ে ৰাইজক এই EIA-2020 ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়, কিয়নো এই খচৰা 'ভয়ংকৰ' আৰু যদিহে অধিসুচনালৈ ৰূপান্তৰ হয় তেন্তে অদূৰ ভৱিষ্যতে ইয়াৰ পৰিণাম ভয়ংকৰ হ‘ব ৷

লগতে পঢ়ক : তিনিচুকীয়াৰ সাংবাদিক হত্যাকাৰী কোন এই মহিলা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.