ETV Bharat / bharat

সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

1 ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰীয়ে আগন্তক বিত্তবৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব ৷

Economic Survey projects GDP growth at 6-6.5% in FY21
সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন
author img

By

Published : Jan 31, 2020, 3:20 PM IST

সদনত বাজেট অধিৱেশনৰ প্ৰথম দিনাই দাখিল হ'ল 2019-20 বৰ্ষৰ অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন ৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে এই সমীক্ষাৰ প্ৰতিবেদন বিয়লি ভাগত পাঠ কৰিব ৷ 1 ফেব্ৰুৱাৰীত বিত্ত মন্ত্ৰীয়ে আগন্তক বিত্তবৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট দাখিল কৰিব ৷

সদনত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

অহা 11 ফেব্ৰুৱাৰীলৈ চলিবলগীয়া প্ৰথম পৰ্যায়ৰ বাজেট অধিৱেশনৰ পিছত পুনৰ অহা 2 মাৰ্চৰ পৰা 3 এপ্ৰিললৈ চলিব এই অধিৱেশনৰ কাৰ্যক্ৰমণিকা ৷

Intro:Body:

Copies of Economic Survey reach Parliament

New Delhi: Ahead of the commencement of the Budget Session, copies of Economic Survey 2019-20 reached the Parliament complex on Friday morning. Union Finance Minister Nirmala Sitharaman will present it later today.

Sitharaman will present her second Union Budget on Saturday.

The first phase of the session will conclude on February 11, while the second part of the session will begin from March 2 and will end on April 3.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.