ETV Bharat / bharat

দিল্লীত ভয়ংকৰ প্ৰদূষণঃ গাজৰ খাই ৰক্ষা কৰক নিজক ! - ডাঃ হৰ্ষবৰ্ধন

দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰা সময়তে জনসাধাৰণক গাজৰ খাবলৈ আৰু সংগীত শুনিবলৈ পৰামৰ্শ আগবঢ়াইছে দুগৰাকীকৈ মন্ত্ৰীয়ে ৷

দিল্লীৰ ভয়ংকৰ প্ৰদূষণ
author img

By

Published : Nov 4, 2019, 5:40 AM IST

Updated : Nov 4, 2019, 9:38 AM IST

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰঃ দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণক লৈ দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰদান কৰিছে উপদেশ ৷ ৰাইজক উদ্দেশ্যি টুইটাৰত উপদেশবাণী প্ৰদান কৰিছে মোডী চৰকাৰৰ দুগৰাকীকৈ মুধাফুটা মন্ত্ৰীয়ে ৷

যিটো সময়ত দিল্লীত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই সময়ত দুগৰাকীকৈ মন্ত্ৰীৰ টুইটক লৈ যথেষ্ঠ চৰ্চা হৈছে ৷ নেটিজেনসকলে দুয়োগৰাকী মন্ত্ৰীৰ টুইটটোক 400ৰো অধিকবাৰ ৰি টুইট কৰিছে ৷

ৰাইজক সংগীত শুনিবলৈ আৰু গাজৰ খাবলৈ পৰামৰ্শ দিয়া মোডী চৰকাৰৰ এইদুগৰাকী মন্ত্ৰী হৈছে প্ৰকাশ জাৱেডকাৰ আৰু ডাঃ হৰ্ষবৰ্ধন ৷ দুয়োগৰাকী মন্ত্ৰীয়ে নিজৰ নিজৰ টুইটাৰৰ পৰা জনসাধাৰণক উদ্দেশ্যি এইদৰে টুইট কৰিছে ৷

Intro:Body:

দিল্লীৰ ভয়ংকৰ প্ৰদূষণত গাজৰ খাই ৰক্ষা কৰক নিজক ! 

দিল্লীত বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰা সময়তে জনসাধাৰণক গাজৰ খাবলৈ আৰু সংগীত শুনিবলৈ পৰামৰ্শ আগবঢ়াইছে দুগৰাকীকৈ মন্ত্ৰীয়ে ৷ 

নেশ্বনেল ডেস্ক, 4 নৱেম্বৰঃ দিল্লীৰ ভয়াৱহ বায়ু প্ৰদূষণক লৈ দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰদান কৰিছে নিজৰ মূল্যৱান উপদেশ ৷ ৰাইজক উদ্দেশ্যি টুইটাৰত উপদেশবানী প্ৰদান কৰিছে মোডী চৰকাৰৰ দুগৰাকীকৈ মুধাফুটা মন্ত্ৰীয়ে ৷ 

যিটো সময়ত দিল্লীত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সেই সময়ত দুগৰাকীকৈ মন্ত্ৰীৰ টুইটক লৈ যথেষ্ঠ চৰ্চা হৈছে ৷ নেটিজেনসকলে দুয়োগৰাকী মন্ত্ৰীৰ টুইটটোক 400ৰো অধিকবাৰ ৰিটুইট কৰিছে ৷ 

ৰাইজক সংগীত শুনিবলৈ আৰু গাজৰ খাবলৈ পৰামৰ্শ দিয়া মোডী চৰকাৰৰ এইদুগৰাকী মন্ত্ৰী হৈছে প্ৰকাশ জাৱেডকাৰ আৰু ডাঃ হৰ্ষবৰ্ধন ৷ দুয়োগৰাকী মন্ত্ৰীয়ে নিজৰ নিজৰ টুইটাৰৰ পৰা জনসাধাৰণক উদ্দেশ্যি এইদৰে টুইট কৰিছে ৷ 

Conclusion:
Last Updated : Nov 4, 2019, 9:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.