নিউজ ডেস্ক, 31 জুলাইঃ চাৰিখনকৈ গুৰুত্বপূৰ্ণ বৈদেশিক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে বেংককলৈ ৰাওনা হৈছে দেশৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰ ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে আছিয়ান-ভাৰত মিনিষ্টেৰিয়েল আলোচনাত মিলিত হ'ব ৷ থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰী ডন প্ৰমুদৱিনাইৰ সৈতে এই আলোচনাত মিলিত হ'ব ডঃ এছ জয়শংকৰ ৷ ইয়াৰ উপৰিও ভিয়েটনামৰ উপ-প্ৰধানমন্ত্ৰী প্ৰাক চোখোনৰ সৈতে 10সংখ্যক মেকং গংগা কোৰ্পৰেশ্বনৰ আলোচনাত বহিব বৈদেশিক মন্ত্ৰীগৰাকী ৷ বেংকক ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনটোত নৱম ইষ্ট এছিয়া বৈদেশিক মন্ত্ৰী আলোচনাত অংশগ্ৰহণ কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷
বেংকক ভ্ৰমণলৈ দেশৰ বৈদেশিক মন্ত্ৰী ডঃ জয়শংকৰ
চাৰিখনকৈ বৈদেশিক আলোচনাত মিলিত হোৱাৰ বাবেই বেংককলৈ ৰাঁওনা হৈছে দেশৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰ ৷ আছিয়ান-ভাৰত মিনিষ্টেৰিয়েল আলোচনা, নৱম ইষ্ট এছিয়া বৈদেশিক মন্ত্ৰী আলোচনা, 26সংখ্যক আছিয়ান ৰিজিঅ'নেল ফ'ৰাম আৰু 10সংখ্যক মেকং গংগা কোৰ্পৰেশ্বনৰ আলোচনাত বহিব বৈদেশিক মন্ত্ৰীগৰাকী ৷
নিউজ ডেস্ক, 31 জুলাইঃ চাৰিখনকৈ গুৰুত্বপূৰ্ণ বৈদেশিক আলোচনাত মিলিত হোৱাৰ উদ্দেশ্যে বেংককলৈ ৰাওনা হৈছে দেশৰ বৈদেশিক মন্ত্ৰী ডঃ এছ জয়শংকৰ ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে আছিয়ান-ভাৰত মিনিষ্টেৰিয়েল আলোচনাত মিলিত হ'ব ৷ থাইলেণ্ডৰ বৈদেশিক মন্ত্ৰী ডন প্ৰমুদৱিনাইৰ সৈতে এই আলোচনাত মিলিত হ'ব ডঃ এছ জয়শংকৰ ৷ ইয়াৰ উপৰিও ভিয়েটনামৰ উপ-প্ৰধানমন্ত্ৰী প্ৰাক চোখোনৰ সৈতে 10সংখ্যক মেকং গংগা কোৰ্পৰেশ্বনৰ আলোচনাত বহিব বৈদেশিক মন্ত্ৰীগৰাকী ৷ বেংকক ভ্ৰমণৰ দ্বিতীয় তথা অন্তিম দিনটোত নৱম ইষ্ট এছিয়া বৈদেশিক মন্ত্ৰী আলোচনাত অংশগ্ৰহণ কৰিব ভাৰতৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে ৷
Body:He will be attending ASEAN-India ministerial meeting, 9th East Asia Summit Foreign Ministers' meeting, 26th ASEAN Regional Forum and 10th Mekong Ganga Cooperation.
On Thursday, during ASEAN-India ministerial meeting will be co-chaired by Dr. Jaishankar and Foreign Minister of Thailand Don Pramudwinai. They will exchange views on important regional and international issues and ways and means of further strengthening the ASEAN-India strategic partnership.
Dr. Jaishankar will also co-chair the 10th Mekong Ganga Cooperation (MGC) along Vietnam's Deputy PM Prak Sokhonn. In this meeting, they will review practical cooperation under the MGC framework.
Conclusion:On the second and last day of his visit, Dr. Jaishankar will take part in the 9th East Asia Summit Foreign Ministers' meeting. In this meeting, the ministers will raise current and international issues to strengthen the ties.
External Affairs Minister will use East Asia Forum and ASEAN Regional Forum to enumerate India's Indo-Pacific vision.
Dr. Jaishankar will also hold a number of bilateral meetings with his counterparts on the sidelines of the ASEAN related multilateral meetings.