ETV Bharat / bharat

গালৱান ঘাটীত শ্বহীদ হোৱা সেনা জোৱানৰ নামেৰে নামকৰণ COVID হাস্পতালৰ ৱাৰ্ড

author img

By

Published : Jul 4, 2020, 3:22 PM IST

দিল্লীস্থিত চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতালৰ ৱাৰ্ডসমূহ নামাকৰণ কৰিব গালৱান ঘাটীত চীনৰ সৈতে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা সেনা জোৱানৰ নামেৰে । শনিবাৰে এই কথা সদৰি কৰে প্ৰতিৰক্ষা আৰু অনুসন্ধান সংস্থাৰ অধ্যক্ষ সঞ্জীৱ যোশীয়ে ।

চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল
চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল

নিউজ ডেস্ক, ৪ জুলাইঃ দিল্লীত নিৰ্মাণ কৰা চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতালৰ ৱাৰ্ডসমূহ নামাকৰণ কৰিলে গালৱান ঘাটীত চীন সেনাৰ লগত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ২০ গৰাকীকৈ ভাৰতীয় সেনাৰ নামেৰে । প্ৰতিৰক্ষা আৰু অনুসন্ধান সংস্থাই শ্বহীদ হোৱা এই বীৰ জোৱান সকলৰ নামেৰে নামাংকিত কৰিব বুলি সদৰি কৰে ।

চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল
গালৱান ঘাটীত শ্বহীদ হোৱা সেনা জোৱানৰ নামেৰে নামাকৰণ চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতালৰ ৱাৰ্ড

প্ৰতিৰক্ষা আৰু অনুসন্ধান সংস্থাৰ অধ্যক্ষ সঞ্জীৱ যোশীয়ে কয় যে, ভাৰতীয় বীৰ সেনাজোৱান সকলৰ সন্মানৰ্থে তথা যিসকল জোৱানে বিগত ১৫ জুনত গালৱান ঘাটীত চীনৰ সৈতে হোৱা সংঘৰ্ষত নিজৰ প্ৰাণ আহুতি দিয়ে সেই বীৰ জোৱান সকলৰ নামেৰে দিল্লীস্থিত চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতালৰ বিভিন্ন ৱাৰ্ডসমূহ নামকৰণ কৰা হ'ব বুলি সদৰি কৰে ।

আনহাতে, ৫ জুলাই দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চৰ্দাৰ বল্লভভাই পাটেল COVID-19 হাস্পতাল উদ্বোধন কৰাৰ সম্ভৱনা আছে বুলি সদৰি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.