ETV Bharat / bharat

বিন লাডেনৰ পুত্ৰৰ মৃত্যু নিশ্চিত কৰিলে ট্ৰাম্পে

অল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হামজা বিন লাডেনৰ মৃত্যু হৈছে বুলি নিশ্চিতি প্ৰদান কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷

author img

By

Published : Sep 15, 2019, 10:36 AM IST

হামজা বিন লাডেনৰ মৃত্যু হৈছেঃ ড’নাল্ড ট্ৰাম্প

নিউজ ডেস্ক, 15 চেপ্টেম্বৰঃ মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে অল-কায়দাৰ প্ৰতিষ্ঠাপক ওছামা বিন লাডেনৰ পুত্ৰ হামজা বিন লাডেনৰ মৃত্যুৰ কথা নিশ্চিত কৰে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, আফগানিস্তান-পাকিস্তান সীমান্তত আমেৰিকাই চলোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামজা বিন লাডেনৰ মৃত্যু হৈছে বুলি ঘোষণা কৰে ৷ অল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হৈছিল হামজাক ৷ আফগানিস্তান-পাকিস্তান অঞ্চলত হোৱা সন্ত্ৰাসবাদ বিৰোধি অভিযানত মৃত্যু হৈছিল হামজাৰ ৷ হোৱাইট্ হাউছৰ পৰা প্ৰকাশিত তথ্য অনুসৰি হামজাৰ মৃত্যুৱে অল-কায়দাৰ নেতৃত্বৰ ক্ষেত্ৰত এক শূন্যতাৰ সৃষ্টি কৰিব ৷
বাল্য কালৰ পৰা সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিগণিত হৈ আহিছিল ৷ চৌদী আৰবৰ জেদ্দাত জন্মগ্ৰহণ কৰিছিল হামজায়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত বয়স আছিল 30 বছৰ ৷

DONALD TRUMP CONFIRMS DEATH OF LADEN'S SON HAMZA

হামজা বিন লাডেনৰ মৃত্যু হৈছেঃ ড’নাল্ড ট্ৰাম্প

ইন্টাৰ্নেশ্যনেল ডেস্ক, 15 চেপ্তেম্বৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শনিবাৰে হামজা বিন লাডেনৰ মৃত্যু হৈছে বুলি ঘোষণা কৰে ৷ আল-কায়দাৰ উত্তৰাধিকাৰী হিচাপে গন্য কৰা হৈছিল হামজাক ৷ আফগানিস্তান-পাকিস্তান অঞ্চলত হোৱা সন্ত্ৰাসবাদ বিৰুদ্ধি অভিযানত মৃত্যু হৈছিল হামজাৰ ৷ হোৱাইট্ হাউছৰ পৰা প্ৰকাশিত তথ্য অনুসৰি হামজাৰ মৃত্যুৱে আল-কায়দাৰ নেতৃত্বৰ ক্ষেত্ৰত এক শূণ্যতাৰ সৃষ্টি কৰিব ৷
বাল্য কালৰ পৰায়ে সন্ত্ৰাসবাদৰ লগত জড়িত থকা হামজা সন্ত্ৰাসবাদৰ ক্ষেত্ৰখনৰ ‘Blue eyed boy’ হিচাপে পৰিগনিত হৈ আহিছিল ৷ চৌদী আৰব জেদ্দাত জন্মগ্ৰহন কৰিছিল হামজয়ে ৷ ওচামা আৰু খায়ৰিয়াহ চাবৰৰ পুত্ৰ আছিল হামজা ৷ হামজাৰ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 20 বছৰ ৷
768-512-4439820-598-4439820-1568473146557.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.