ETV Bharat / bharat

"মিছন পূৰ্ৱদয়াৰ" জৰিয়তে 50 কোটি হিতাধিকাৰী উপকৃত হৈছেঃ ধৰ্মেন্দ্ৰ প্ৰধান - নৰেন্দ্ৰ মোডীয়েও পূৱ দিশৰ

এই আঁচনিখনৰ জৰিয়তে কাশীৰ পৰা কহিমালৈ পূৱ ভাৰত বসবাস কৰা 50 কোটিতকৈ অধিক লোক উপকৃত হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পূৱ দিশৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷

পূৱ ভাৰতৰ 50 কোটিতকৈ অধিক হিতাধিকাৰী "মিছন পূৱদয়াৰ" জৰিয়তে উপকৃত হৈছেঃ ধৰ্মেন্দ্ৰ প্ৰধান

author img

By

Published : Feb 5, 2021, 11:01 AM IST

নিউজ ডেস্ক,5ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে পূৱ ভাৰতৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিৰ মিছন পূৰ্ৱদয়ৰ জৰিয়তে 50 কোটিতকৈও অধিক লোক উপকৃত হোৱাৰ লগতে নাগৰিক সকলৰ জীৱন ধাৰণৰ মানদণ্ড উন্নয়ন কৰাত সহায় কৰাৰ বাবে আঁচনিখনক প্ৰশংসা কৰে মন্ত্ৰীজনে ৷

মন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে, এই আঁচনিখনৰ জৰিয়তে কাশীৰ পৰা কহিমালৈ পূৱ ভাৰত বসবাস কৰা 50 কোটিতকৈ অধিক লোক উপকৃত হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও পূৱ দিশৰ উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে ৷

ধৰ্মেন্দ্ৰ প্ৰদানে উজ্জ্বলা যোজনা, শৌচাগাৰ নিৰ্মাণ, জন ধন যোজনা, প্ৰধানমন্ত্ৰী আৱাস যোজনা, উৰ্জা গঙ্গা, উড়ান যোজনা বা চৰকাৰৰ অন্যান্য আঁচনি সমূহতো পূৱ ভাৰতৰ লোকসকল চৰকাৰৰ আঁচনিৰ মুখ্য হিতাধিকাৰী হৈ সুবিধা লাভ কৰিছে বুলি উল্লেখ কৰিছে ৷ আনহাতে দেশ খনৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা নেতৃত্বক শলাগ লয় ধৰ্মেন্দ্ৰ প্ৰধানে ৷

লগতে পঢ়কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুৰ্নীতি সন্দৰ্ভত তদন্ত অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.