ETV Bharat / bharat

ধৰ্ম চক্ৰ দিৱসঃ দেশবাসীক ভিডিঅ' কনফাৰেঞ্চযোগে সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে - কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়

আহাৰ পূৰ্ণিমা উপলক্ষে শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সম্বোধন কৰিব দেশবাসীক । ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে ভগৱান বুদ্ধৰ উপদেশ দেশবাসীৰ আগত পাঠও কৰিব মোডীয়ে । লগতে এই ভাষণ প্ৰষংগত দেশবাসীক মোডীয়ে বুদ্ধৰ আঠটা গুণৰ বিষয়ে অৱগত কৰিব বুলি সদৰি কৰে ।

ধৰ্ম চক্ৰ দিৱস
ধৰ্ম চক্ৰ দিৱস
author img

By

Published : Jul 4, 2020, 10:19 AM IST

Updated : Jul 4, 2020, 12:52 PM IST

নিউজ ডেস্ক, ৪ জুলাইঃ শনিবাৰে আহাৰ পূৰ্ণিমা উপলক্ষে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে ৰাষ্ট্ৰপতি ভৱনৰ পৰা উদ্বোধন কৰিব “ধৰ্ম চক্ৰ দিৱস”ৰ। তাৰোপৰি এই দিৱসৰ লগত সংগতি ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভগৱান বুদ্ধৰ উপদেশৰ ওপৰত ভিডিঅ' কনফাৰেঞ্চযোগে দেশবাসীক সম্বোধন কৰিব বুলিও সদৰি কৰে ।

ধৰ্ম চক্ৰ দিৱস
ধৰ্ম চক্ৰ দিৱসঃ দেশবাসীক ভিডিঅ' কনফাৰেঞ্চযোগে সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ তত্বৱধানত তথা আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ পৰিষদৰ সহযোগতে আসাদ পূৰ্ণিমাৰ দিনটোত “ধৰ্ম চক্ৰ দিৱস” হিচাপে পালন কৰা হ'ব বুলিও কৰা উল্লেখ কৰে ।

উল্লেখ্য় যে,ধৰ্ম চক্ৰ দিৱসৰ দিনটোতে উত্তৰ প্ৰদেশৰ বাৰাণসী সমৱৰ্তী সাৰনাথৰ ঋষিপটনস্থিত হিৰণ উদ্যাণত মহাত্মা বুদ্ধৰ প্ৰথম পাঁচ গৰাকী তপশ্ৰী শিষ্যক বুদ্ধদেৱৰ উপদেশ স্মৰণ কৰোৱা হয় । লগতে এই দিনটোতে সমগ্ৰ বিশ্বত বৌদ্ধ ধৰ্ম চক্ৰ প্ৰৱৰ্তন দিন হিচাপেও পালন কৰি আহিছে । তাৰোপৰি এই দিনটোতে গুৰু পূৰ্ণিমাৰ ৰূপত বৌদ্ধ আৰু হিন্দু দুয়োটা ধৰ্মৰ শিষ্যসকলে নিজৰ গুৰুসকলৰ প্ৰতি শ্ৰদ্ধা তথা সন্মানৰ প্ৰতীক হিচাপে পালন কৰি আহিছে ।

লগতে চাওকঃ গণ সংক্ৰমণৰ দিশে কোকৰাঝাৰ জিলা

Last Updated : Jul 4, 2020, 12:52 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.