ETV Bharat / bharat

সবৰীমালাত ক'ভিড-১৯ প্ৰট'কলৰ পালনেৰে দৰ্শনৰ অনুমতি

author img

By

Published : Sep 28, 2020, 10:53 PM IST

সীমিত সংখ্যকৰ উপস্থিতিৰে তীৰ্থযাত্ৰী সকলক তোলমসা পূজাৰ অনুমতি প্ৰদান কৰা হ'ব।

devotees-to-be-allowed-in-sabarimala-with-restrictions-says-devasom-board-president-nvasu
সবৰীমালাত ক'ভিড-১৯ প্ৰট'কলৰ পালনেৰে দৰ্শনৰ অনুমতি

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ: কৰ'ণা মহামাৰীৰ কাৰণে কেৰেলা চৰকাৰে ভক্ত সকলক সবৰীমালাত প্ৰৱেশৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা সমূহক আঁতৰোৱাৰ পৰিকল্পনা কৰিছে। দেবাস্বোম বৰ্ডৰ অধ্যক্ষ এন বাসুৱে কয় যে, তীৰ্থযাত্ৰী সকলৰ সংখ্যা কম কৰা আৰু দৰ্শনৰ অনুমতি প্ৰদানৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত বৈঠক অনুষ্ঠিত হয়।

মুখ্য সচিবৰ অধ্যক্ষতাত পাঁচজনীয়া সদস্যৰে এক সমিতি গঠন কৰি নিয়ম সমূহৰ এক বিস্তৃত ৰূপৰেখা গঠন কৰিবলৈ দিয়া হৈছে।

সীমিত সংখ্যকৰ উপস্থিতিৰে তীৰ্থযাত্ৰী সকলক তোলমসা পূজাৰ অনুমতি প্ৰদান কৰা হ'ব। যদিহে কভিড-১৯ ৰ প্ৰট'কল পালন কৰা হয়, তেতিয়াহে পূজা আয়োজন কৰাৰ অনুমতি দিয়া হ'ব। তদুপৰি কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰতিজন দৰ্শনাৰ্থীৰ পৰীক্ষা কৰিবলৈকো পৰামৰ্শ আগবঢ়োৱা হয়।

লগতে পঢ়ক: চলচ্চিত্ৰ নিৰ্দেশক সুকুমাৰৰ সৈতে কাম কৰিবলৈ ইচ্ছুক ছুপাৰষ্টাৰ বিজয় দেবৰকোণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.