ETV Bharat / bharat

দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত বাতিল CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

author img

By

Published : Feb 26, 2020, 10:18 AM IST

দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত শেহতীয়াকৈ CBSE কৰ্তৃপক্ষই কৰে এক বিশেষ ঘোষণা ৷ মুঠ 86টা পৰীক্ষাকেন্দ্ৰত বুধবাৰে বাতিল কৰা হৈছে CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৷

Delhi violence: CBSE 10th,12th board exams for today postponed for 86 centres
দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত বাতিল CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

নিউজ ডেস্ক,26 ফেব্ৰুৱাৰীঃ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে বাতিল কৰা হৈছে CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৷ CBSE কৰ্তৃপক্ষই শেহতীয়াকৈ ঘোষণা কৰিছে এই কথা ৷ মুঠ 86টা পৰীক্ষাকেন্দ্ৰত বুধবাৰে বাতিল কৰা হৈছে CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ ৷ অৱশ্যে অতি শীঘ্ৰে ঘোষণা কৰা হ'ব পৰীক্ষাৰ নতুন তাৰিখ ৷ বুধবাৰে দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পৰীক্ষা থকাৰ সমান্তৰালভাৱে দ্বাদশ শ্ৰেণীৰ বাবে ৱেব এপলিকেচন আৰু মিডিয়া বিষয়ৰ পৰীক্ষা আছিল ৷

Delhi violence: CBSE 10th,12th board exams for today postponed for 86 centres
দিল্লীৰ হিংসাত্মক ঘটনাৰ পৰিপেক্ষিতত বুধবাৰে বাতিল CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

লগতে পঢ়কঃ দিল্লীৰ হিংসাত্মক ঘটনাত আহত সকলৰ চিকিৎসা সুনিশ্চিত কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.