নিউজ ডেস্ক,১৬ জুনঃ হঠাত স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে দিল্লী চৰকাৰ স্বাস্থ্য মন্ত্ৰী সত্যেন্দ্ৰে জৈনক মঙলবাৰে ৰাজীব গান্ধী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । জানিব পৰা মতে মন্ত্ৰী গৰাকীৰ সোমবাৰে নিশা হঠাৎ জ্বৰৰ লগতে শাৰীৰিক অসুস্থতা অনুভব কৰাৰ কাৰণে চিকিৎসালয়লৈ লৈ যোৱা হয় । ইতিমধ্যে তেওঁৰ ক'ৰণাৰ পৰীক্ষাৰ বাবে নমুনা সংগ্ৰহ কৰা হৈছে ফলাফল অহাৰ পিছতহে স্পষ্টহৈ পৰিব তেওঁৰ দেহত কোভিড ১৯ আছে নে নাই ।
![দিল্লীৰ স্বাস্হ্য মন্ত্ৰিক চিকিৎসালয়ত ভৰ্তি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11:28_7634386_168_7634386_1592281666077.png)
লগতে চাওকঃ দল সংগঠনৰ প্ৰতিবাদক নেওচি মুকলি কৰা হ'ল মদনপুৰস্থিত টোলগেট