ETV Bharat / bharat

দিল্লী প্ৰদূষণঃ প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ জৰুৰী বৈঠক তলৱ - air pollution in delhi

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু কেবিনেট সচিবে দেওবাৰে আবেলি এখন উচ্চস্তৰীয় বৈঠক তলৱ কৰে ৷ দিল্লী-এন চি আৰৰ জলবায়ুৰ শেহতীয়া পৰিস্তিতি দেখি এই বৈঠক তলৱ কৰা হয় ৷

প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ জৰুৰী বৈঠক তলব
author img

By

Published : Nov 4, 2019, 12:31 AM IST

নেশ্যনেল ডেস্ক, 3 নবেম্বৰঃ ৰাজধানী দিল্লীত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু কেবিনেট সচিবে দেওবাৰে এখন এখন উচ্চস্তৰীয় বৈঠক তলৱ কৰে ৷ এই বৈঠকত সিদ্ধান্ত গ্ৰহন কৰা হয় যে, কেবিনেট সচিব ৰাজীৱ গৌবায়ে দিল্লী, হাৰিয়ানা আৰু পঞ্জাবৰ চৰকাৰৰ লগত প্ৰতিদিনে পৰিস্থিতি নিৰীক্ষণ কৰিব ৷ প্ৰধান সচিব পি কে মিশ্ৰায়ে জাৱৰ জ্বলোৱা, নিৰ্মাণ কাৰ্য আৰু উদ্যোগিক কাৰ্যৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ৷ দিল্লী, হাৰিয়ানা আৰু পঞ্জাবৰ উচ্চ পদস্ত বিষয়া সকলৰে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জৰিয়তে বৈঠকত মিলিত হয় ৷

জানিবলৈ দিয়া মতে 300 টীম বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে নিয়োগ কৰা হৈছে ৷ তেঁওলোকে 7টা উদ্যোগিক ক্ষেত্ৰ আৰু অধিক যান-জট হোৱা অঞ্চল সমূহত গুৰুত্ব প্ৰদান কৰিব ৷

লগতে পঢ়ক: হোৱাটছ এ'প হেকিংৰ বলি হৈছে প্ৰিয়ঙ্কা গান্ধীঃ কংগ্ৰেছ

উল্লেখযোগ্য যে, দেওবাৰে দিল্লীৰ আকাশ নিম্ন দৃশ্যমানৰ হোৱা বাবে বিমান চলাচলত প্ৰভাৱ পৰা দেখা গ'ল ৷ 32 খনকৈ বিমানৰ গতিপথ সলনি কৰিলে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ৷ নতুনকৈ ঘোষণা কৰা বিমানৰ সময় তথা অন্যান্য তথ্য সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈও যাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে ৷ দেশৰ ৰাজধানীত বায়ুৰ গুণগত মানদণ্ড নিকৃষ্ট পৰ্যায়ৰ বুলি ঘোষণা হোৱাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ডাঠ কুৱলীয়ে দিল্লীৰ বায়ুমণ্ডল আৱৰি ধৰাৰ লগতে দিল্লীবাসীয়ে স্বাস্থ্যজনিত সমস্যাতো ভূগিছে ৷

আনহাতে, দেওবাৰৰ পুৱা 10 বজাৰ পৰা দিল্লীত বায়ু প্ৰদূষণৰ সূচী(Air Quality Index) সৰ্বাধিক 625 হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, 500 তকৈ অধিক বায়ু প্ৰদূষণৰ সূচী হ'লে ইয়াক 'গম্ভীৰ তথা জৰুৰীকালীন' বুলি গণ্য কৰা হয় ৷ ধীৰপুৰত 509, দিল্লী বিশ্ববিদ্যালয়ত 591, বিখ্যাত চান্দনী চৌকত 432 আৰু লোধী অঞ্চলত 537 বায়ু প্ৰদূষণৰ সূচী (AQI) প্ৰত্যক্ষ কৰা হৈছে ৷

Delhi Chokes: PM's Principal Secy holds emergency meet

দিল্লীৰ প্ৰদূৰ্ষণ: প্ৰধানমন্ত্ৰীৰ মুখ্য সচিবৰ জৰুৰী বৈঠক তলব

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু কেবিনেট সচিবে দেওবাৰে আবেলি এখন উচ্চস্তৰীয় বৈঠক তলব কৰে ৷ দিল্লী-এন চি আৰৰ শেহতীয়া পৰিস্তিতি দেখি এই বৈঠক তলব কৰা হয় ৷

নেশ্যনেল ডেস্ক, 3 নবেম্বৰ:ৰাজধানী দিল্লীত বায়ু প্ৰদূৰ্ষণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব আৰু কেবিনেট সচিবে দেওবাৰে এখন এখন উচ্চস্তৰীয় বৈঠক তলব কৰে ৷ এই বৈঠকত সিদ্ধান্ত গ্ৰহন কৰা হয় যে কেবিনেট সচিব ৰাজীৱ গৌবায়ে দিল্লী, হৰিয়ানা আৰু পঞ্জাবৰ চৰকাৰৰ লগত প্ৰতিদিনে পৰিস্থিতি নিৰিক্ষন কৰিব ৷
প্ৰধান সচিব পি কে মিশ্ৰায়ে জাৱৰ জ্বলোৱা, নিৰ্মাণ কাৰ্য আৰু উদ্যোগিক কাৰ্যৰ ওপৰত চোকা দৃষ্টি ৰাখিছে ৷ দিল্লী, হৰিয়ানা আৰু পঞ্জাবৰ উচ্চ পদস্ত বিষয়া সকলৰে ভিডিঅ’ কনফাৰেঞ্চিঙৰ জড়িয়তে বৈঠকত মিলিত হয় ৷
জানিবলৈ দিয়া মতে 300 টীম বায়ু প্ৰদূৰ্ষণ নিয়ন্ত্ৰন কৰিবলৈ ইতিমধ্যে নিয়োগ কৰা হৈছে ৷ তেঁওলোকে 7টা উদ্যোগিক ক্ষেত্ৰ আৰু অধিক যান জটঁ হোৱা অঞ্চল সমূহত গুৰুত্ব প্ৰদান কৰিব ৷
উল্লেখযোগ্য যে,  দেওবাৰে দিল্লীৰ আকাশ নিম্ন দৃশ্যমানৰ হোৱা বাবে বিমান চলাচলত প্ৰভাৱ পৰা দেখা গ'ল ৷ 32 খনকৈ বিমানৰ গতিপথ সলনি কৰিলে দিল্লী বিমানবন্দৰ কৰ্তৃপক্ষই ৷ নতুনকৈ ঘোষণা কৰা বিমানৰ সময় তথা অন্যান্য তথ্য সন্দৰ্ভত বিমানবন্দৰ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈও যাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে ৷
দেশৰ ৰাজধানীত বায়ুৰ গুণগত মানদণ্ড নিকৃষ্ট পৰ্যায়ৰ বুলি ঘোষণা হোৱাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই ৷ ডাঠ ধুঁৱাই দিল্লীৰ বায়ুমণ্ডল আৱৰি ধৰাৰ লগতে দিল্লীবাসীয়ে স্বাস্থ্যজনিত সমস্যাতো ভূগিছে ৷
আনহাতে, দেওবাৰৰ পুৱা 10 বজাৰ পৰা দিল্লীত বায়ু প্ৰদূষণৰ সূচী(Air Quality Index) সৰ্বাধিক 625 হোৱা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, 500 তকৈ অধিক বায়ু প্ৰদূষণৰ সূচী হ'লে ইয়াক 'গম্ভীৰ তথা জৰুৰীকালীন' বুলি গণ্য কৰা হয় ৷ ধীৰপুৰত 509, দিল্লী বিশ্ববিদ্যালয়ত 591, বিখ্যাত চান্দনী চৌকত 432 আৰু লোধী অঞ্চলত 537 বায়ু প্ৰদূষণৰ সূচী (AQI) প্ৰত্যক্ষ কৰা হৈছে ৷

768-512-4948947-923-4948947-1572796332934.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.