ETV Bharat / bharat

বৃদ্ধি পাইছে দিল্লীত বায়ু প্ৰদূষণৰ সূচাংকৰ মাত্ৰা - ৰাজধানীত বায়ু প্ৰদূষণৰ বাবে বন্ধ চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় ৷

ৰাজধানীত বায়ু প্ৰদূষণৰ বাবে বন্ধ চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয় ৷ 14 নৱেম্বৰৰ পুৱা বায়ুৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰি আগন্তক দুদিনলৈ বন্ধ থাকিব বিদ্যালয় সমূহ ৷

দিল্লীত বায়ু প্ৰদূষণৰ অৱশিষ্ট কঠোৰ ভাৱে স্থগিত: বন্ধ বিদ্যালয়সমূহ
author img

By

Published : Nov 14, 2019, 7:02 PM IST

দিল্লী,14 নৱেম্বৰ : বায়ু প্ৰদূষণৰ মাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি আগন্তুক দুদিনলৈ বন্ধ থাকিব দিল্লীৰ বিদ্যালয়সূমহ ৷ চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয়সমূহ 14 আৰু15 নৱেম্বৰত বন্ধ থাকিব ৷পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰ্তৃপক্ষই প্ৰদূষণৰ মাত্ৰা গুৰুতৰ ভাৱে বৃদ্ধি হোৱাৰ বাবে লয় এই সিদ্ধান্ত ৷ শুকুৰবাৰ পৰ্যন্ত উদ্যোগ সমূহ বন্ধ ৰাখিবলৈ কয় ৷ প্ৰদূষণ বিৰোধী সংস্থাই কয় যে 15 নৱেম্বৰৰ পুৱা লৈকে সকলো হট মিক্স প্লেন্ট আৰু ষ্টন ক্ৰাচাৰ্ছ বন্ধ থাকিব ৷ চিষ্টেম অফ এয়াৰ কোৱালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিৰ্চাচ (SAFAR) নীতি অনুসৰি বুধবাৰে সমগ্ৰ ৰাজধানীত 472 প্ৰদূষকৰ সূচাংকই আৱৰি ৰাখে ৷ দিনৰ ভাগত প্ৰদূষণৰ মাত্ৰা কিছু পৰিমাণে উন্নত হৈছিল যদিও সূৰ্যাস্তৰ পাছত তৎক্ষণাত প্ৰদূষকৰ সূচাংক 2.5 লৈ বৃদ্ধি হয় ৷ বায়ুৰ গুণাগুণ অহা কালিলৈ সীমিতভাৱে উন্নত হোৱাৰ সম্ভাৱনা আছে যদিও শনিবাৰে বায়ুৰ গুণাগুণ বহু বেয়া হোৱাৰ সম্ভাৱনা আছে ৷ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক বৃহস্পতিবাৰে কৈছিল যে হাইড্ৰ'জেন ভিত্তিক জ্বলন প্ৰযুক্তি আনি দিল্লীসহ উত্তৰ ভাৰতত বায়ু প্ৰদূষণ ৰোধ কৰিব লাগে ৷

delhi-air-quality-remains-severe-schools-closed
দিল্লীত বায়ু প্ৰদূষণৰ অৱশিষ্ট কঠোৰ ভাৱে স্থগিত : বন্ধ বিদ্যালয়সমূহ

আৰু পঢ়ক : সৰ্বাধিক সৌৰশক্তি উৎপাদনেৰে অভিলেখ গঢ়িলে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেই

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.