ETV Bharat / bharat

আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে - RMO (ৰক্ষা মন্ত্ৰী অফিচ)ৰ চৰকাৰী টুইটাৰ একাউন্টৰ পৰা জনোৱা হয় এই কথা

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি পুৱা 10 বজাত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিব ৷ এই কথা প্ৰকাশ কৰে RMO (ৰক্ষা মন্ত্ৰী অফিচ)ৰ চৰকাৰী টুইটাৰ একাউন্টৰ পৰা ৷

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং
আজি গুৰুত্বপূৰ্ণ ঘোষণা কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে
author img

By

Published : Aug 9, 2020, 10:14 AM IST

নেশ্যনেল ডেস্ক, 9 আগষ্ট : প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি পুৱা 10 বজাত কিছু গুৰুত্বপূৰ্ণ ঘোষণা কৰিব ৷ এই কথা প্ৰকাশ কৰে RMO (ৰক্ষা মন্ত্ৰী অফিচ)ৰ চৰকাৰী টুইটাৰ একাউন্টৰ পৰা ৷

শনিবাৰে গলৱান অঞ্চলত ভাৰত আৰু চীনৰ মিলিটাৰী প্ৰতিনিধিয়ে আলোচনাত মিলিত হোৱাৰ এদিন পাচতে প্ৰদান কৰা হয় এই বিবৃতি ৷ এই আলোচনাৰ মূল উদ্দেশ্য আছিল ডেচপাঙৰ বিপৰীত দিশত 15,000 চীনা সৈন্য মোতায়েন কৰাৰ পাচৰ ডেচপাং সমতলৰ পৰিস্থিতি ৷

  • Raksha Mantri Shri @rajnathsingh will make an important announcement at 10.00 am today.

    — रक्षा मंत्री कार्यालय/ RMO India (@DefenceMinIndia) August 9, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

দুয়ো পক্ষই বহু সংখ্যক সৈন্য মোতায়েন কৰা লাডাখৰ এই অঞ্চলৰ পৰা চীনৰ সৈন্য উভতাই নিয়াৰ লগতে কোনো নিৰ্মাণকাৰ্য নকৰিবলৈ ভাৰতে চীনক অনুৰোধ কৰিছিল ৷

বৰ্তমানলৈকে দুই দেশৰ মাজত সীমান্ত বিবাদ সম্পৰ্কত পাঁচখন মিলিটাৰী পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছে ৷ গলৱান উপত্যকাত দুই দেশৰ সেনাৰ সংঘৰ্ষৰ ফলত প্ৰাণ হেৰুৱাই 20 গৰাকী ভাৰতীয় সেনাই ৷ 15 জুনত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনা ৷

লগতে পঢ়ক : দিল্লী বিমান বন্দৰত উপস্থিত হ'ল অখিলেশ কুমাৰৰ নশ্বৰদেহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.